A. শিশু হত্যা আৰু যৌতুক প্রথা নাছিল
B. জাতিভেদ আছিল যদিও পৰস্পৰৰ মাজত খােৱা-বােৱা বা বিয়া বাৰুত বাধা নাছিল
C. তেওঁলােকে বহু দেৱ-দেৱী বিশ্বাস কৰিছিল আৰু তেওঁলােকৰ ধর্ম যজ্ঞ আৰু বলিত প্রধানতঃ নিৰ্ভৰ কৰিছিল
D. তেওঁলােক নিৰামিষাহাৰী আছিল
Answer : Option D
A. জাতিভেদ প্রথা অধিক কটকটীয়া হয়
B. সেই সময়ৰ সংস্কৃতি সম্পর্কে সংহিতা, ব্রাহ্মণ, আৰণ্যক আৰু উপনিষদৰ পৰা জানিব পাৰি
C. সেই যুগৰ লােকে সাগৰেৰে বেহা-বেপাৰ কৰা নাছিল
D. মানুহে কপাহ, উণ আৰু ৰেচমৰ ব্যৱহাৰ কৰিছিল
Answer : Option C
A. ৰজা মাটিৰ স্বত্বাধিকাৰী হয়
B. ৰজাৰ নিযুক্তি বংশানুক্রমে হয়
C. ৰজা স্বেচ্ছাচাৰী হয় আৰু তেওঁৰ বিষয়াবৰ্গৰ সংখ্যা বৃদ্ধি পায়
D. ৰাজ্যসমূহৰ সীমা সম্প্ৰসাৰণ অনুযায়ী গঠন কৰা হয় আৰু এই সংগঠন কুল’ বা বংশভিত্তিক হয়
Answer : Option D
A. সােণ, ৰূপ, তাম, পিতল আৰু
B. কেৱল সােণৰূপ আৰু তাম
C. কেৱল সােণ আৰু ৰূপ
D. কেৱল সােণ
Answer : Option A
A. আৰণ্যকৰ দর্শনে তপ’ত গুৰুত্ব দিয়ে
B. উপনিষদৰ দর্শনে ‘জ্ঞান'ত গুৰুত্ব দিয়ে
C. ব্রাহ্মণৰ মূল সূত্র, ‘নির্বাণ’ আৰু কর্ম পিছৰ বৈদিক যুগত গঢ় লােৱা নাছিল
D. পবিত্র গায়ত্রী মন্ত্র ঋগবেদৰ অন্তর্ভুক্ত
Answer : Option C
A. ভৌগােলিক সীমা আফগানিস্থানৰ পৰা পঞ্জাব আৰু দিল্লী অঞ্চলপর্যন্ত বিস্তৃত আছিল
B. আর্যসকলে দাক্ষিণাত্যতাে প্রৱেশ কৰিছিল
C. ইন্দ্রপ্রস্থ এখন মহাসাগৰলৈ পৰিণত হৈছিল
D. মূর্তি পূজা কৰা নহৈছিল
Answer : Option C