50 ExamPoint | Assam Direct Recruitment MCQs

51.  
সিন্ধু উপত্যকাৰ মানুহে কোনডােখৰ ঠাই বন্দৰ আৰু পােতাশ্রয় হিচাপে ব্যৱহাৰ কৰিছিল?

A. কালিবাংগান

B. লʼথাল

C. কোট-দিজি

D. বানাৱালি

Answer : Option B

View Answer

52.  
মহেঞ্জোদাৰাে মানে হল

A. পাহাৰ

B. বানপানী

C. মৃতকৰ ঢিপ বা টিলা

D. মৃতকৰ কবৰ

Answer : Option C

View Answer

53.  
তলৰ কোনটো সিন্ধু সভ্যতাৰ এটা প্রধান বৈশিষ্ট্য

A. নদী মাতৃকা সভ্যতা

B. কৃষিভিত্তিক সভ্যতা

C. পৰিকল্পিত নগৰ সভ্যতা

D. গাঁওভিত্তিক সভ্যতা

Answer : Option D

View Answer

54.  
তলৰ কোনখন ঠাই সিন্ধু সভ্যতাৰ সৈতে জড়িত নহয়?

A. লােথাল

B. কালিবাঙ্গন

C. ধলাভিৰা

D. কেৰেলা

Answer : Option D

View Answer

55.  
সমসাময়িক কোনটো সভ্যতাৰ লগত সিন্ধু সভ্যতাৰ ব্যৱসায়িক সম্পর্ক গঢ়ি উঠিছিল?

A. চুমেৰীয় সভ্যতা

B. গ্ৰীচ সভ্যতা

C. চীনা সভ্যতা

D. আয়োনিয়ান সভ্যতা

Answer : Option A

View Answer

56.  
কোনটো সভ্যতাত ৰাস্তাৰ দুয়ােকাষে পানী ওলাই যাব পৰা নলা আছিল?

A. মেচোপটেমীয়া

B. চীন সভ্যতা

C. ইজিপ্তৰ সভ্যতা

D. সিন্ধু সভ্যতা

Answer : Option D

View Answer

57.  
সিন্ধু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়?

A. লৌহ সভ্যতা

B. ব্ৰঞ্জৰ সভ্যতা

C. নৈপৰীয়া সভ্যতা

D. সেউজ সভ্যতা

Answer : Option B

View Answer

58.  
সিন্ধু সভ্যতাৰ অর্থনৈতিক জীৱনৰ মূল ভেঁটি কি আছিল?

A. চিকাৰ

B. পশুপালন

C. ব্যৱসায়

D. কৃষি

Answer : Option D

View Answer

59.  
সিন্ধু সভ্যতাৰ লােকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল?

A. গুজৰাট

B. ৰাজস্থান

C. মহীশূৰ

D. বেলুচিস্তান

Answer : Option B

View Answer

60.  
সিন্ধু সভ্যতাৰ মাটিৰ চীল-মােহৰ সমূহত কি জন্তুৰ চিত্র পােৱা যায়?

A. ঘোঁৰা

B. মহ

C. হাতী

D. ষাড় গৰু

Answer : Option D

View Answer