ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
51.
সিন্ধু উপত্যকাৰ মানুহে কোনডােখৰ ঠাই বন্দৰ আৰু পােতাশ্রয় হিচাপে ব্যৱহাৰ কৰিছিল?
52.
মহেঞ্জোদাৰাে মানে হল
53.
View Answer
তলৰ কোনটো সিন্ধু সভ্যতাৰ এটা প্রধান বৈশিষ্ট্য
A. নদী মাতৃকা সভ্যতা
B. কৃষিভিত্তিক সভ্যতা
C. পৰিকল্পিত নগৰ সভ্যতা
D. গাঁওভিত্তিক সভ্যতা
Answer : Option D
54.
তলৰ কোনখন ঠাই সিন্ধু সভ্যতাৰ সৈতে জড়িত নহয়?
55.
View Answer
সমসাময়িক কোনটো সভ্যতাৰ লগত সিন্ধু সভ্যতাৰ ব্যৱসায়িক সম্পর্ক গঢ়ি উঠিছিল?
A. চুমেৰীয় সভ্যতা
B. গ্ৰীচ সভ্যতা
C. চীনা সভ্যতা
D. আয়োনিয়ান সভ্যতা
Answer : Option A
56.
কোনটো সভ্যতাত ৰাস্তাৰ দুয়ােকাষে পানী ওলাই যাব পৰা নলা আছিল?
57.
সিন্ধু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়?
58.
সিন্ধু সভ্যতাৰ অর্থনৈতিক জীৱনৰ মূল ভেঁটি কি আছিল?
59.
সিন্ধু সভ্যতাৰ লােকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল?
60.
সিন্ধু সভ্যতাৰ মাটিৰ চীল-মােহৰ সমূহত কি জন্তুৰ চিত্র পােৱা যায়?