40 ExamPoint | Assam Direct Recruitment MCQs

41.  
হৰপ্পাত পােন প্রথমে সভ্যতাৰ নিদর্শন আৱিষ্কাৰ কৰে

A. চার্লছ লেচন

B. ৰাখালদাস বন্দ্যোপাধ্যায়

C. ছাৰ জন মাৰ্ছল

D. ৰমিলা থাপাৰ

Answer : Option A

View Answer

42.  
সিন্ধু উপত্যকা সভ্যতা সম্পর্কে তলৰ কোনটো মন্তব্য সত্য নহয়?

A. ই সভ্যতা খ্রীষ্টপূর্ব ৩২০০-১৭০০ বছৰ ব্যাপী আছিল

B. মানুহ বোৰ পোৰা ইটাৰ ঘৰ বনাইছিল

C. মানুহবােৰে কপাহ আৰু উণৰ ব্যৱহাৰ জানিছিল

D. তেওঁলােকে পােহনীয়া ঘোঁৰা ব্যৱহাৰ কৰিছিল

Answer : Option D

View Answer

43.  
সিন্ধু উপত্যকা সভ্যতাত কি ধর্ম প্রচলিত আছিল?

A. পশু-পক্ষী আৰু নৰবলি পূজা

B. শিৱপূজা, মূর্তি পূজা আৰু প্রকৃতিপূজা

C. যজ্ঞ

D. বৈষ্ণৱ ধৰ্ম

Answer : Option B

View Answer

44.  
সিন্ধু উপত্যকা সভ্যতাৰ তলৰ কোনষাৰ উক্তি সত্য নহয়?

A. মানুহবােৰে কুমাৰৰ চকাৰ ব্যৱহাৰ জানিছিল

B. মানুহবােৰৰ বেছিভাগেই আমিষভােজী আছিল

C. মানুহবােৰে আৰ্চীৰ ব্যৱহাৰ জানিছিল

D. মৃতকক কবৰ দিয়া হৈছিল

Answer : Option B

View Answer

45.  
সিন্ধু উপত্যকাত উদ্ধাৰ হােৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল?

A. হৰপ্পা

B. মহেঞ্জোদাৰাে

C. ল’থাল

D. ৰােপাৰ

Answer : Option B

View Answer

46.  
বৃহদাকাৰ শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছিল

A. হৰপ্পা

B. মহেঞ্জোদাৰৰ

C. ৰােপাৰ

D. ল’থাল

Answer : Option A

View Answer

47.  
হৰপ্পা সভ্যতাৰ জীৱনকাল আছিল

A. খ্রীঃপূঃ ২৩০০-২২০০

B. খ্রীঃ পূঃ ৩০০০-১৫০০

C. খ্রীঃ পূঃ ১০,০০০—৫০০০

D. খ্রীঃ পূঃ ৩২০০-১৭০০

Answer : Option D

View Answer

48.  
হৰপ্পা নগৰখন অৱস্থিত আছিল

A. সিন্ধু প্রদেশৰ লাৰকানা জিলাত

B. ছানহুদাৰােত

C. পশ্চিম পঞ্জাবৰ মন্টগমাৰিত

D. পূর্ব পঞ্জাবৰ ৰােপাৰ

Answer : Option C

View Answer

49.  
১৯২২ খ্রীঃত ৰাখালদাস বন্দোপাধ্যায়ে আৱিষ্কাৰ কৰে

A. হৰপ্পা

B. মহেঞ্জোদাৰৰ

C. ছানহুদাৰ

D. সুটকাগেনদোৰ

Answer : Option B

View Answer

50.  
তলৰ কোনটো বিষয় সিন্ধু উপত্যকা সভ্যতা ধ্বংসৰ কাৰণ নাছিল

A. গৃহযুদ্ধ

B. বৈদেশিক আক্রমণ

C. বানপানী

D. ভূমিকম্প

Answer : Option A

View Answer