20 ExamPoint | Assam Direct Recruitment MCQs

21.  
মানুহে প্রাথমিক পর্যায়ত গছ ৰােপণ আৰু জন্তু পুহিবলৈ কেতিয়াৰ পৰা শিকিছিল?

A. ১০,০০০—৪,৫০০০ বর্ষ পূর্বে

B. ২০,০০০–১১,০০০ বর্ষ পূর্বে

C. ৪,০০০—৩,০০০ বর্ষ পূর্বে

D. ২৫,০০০—২০,০০০ বর্ষ পূর্বে

Answer : Option A

View Answer

22.  
আদিম মানৱে গছপুলি বা বীজ বােপণৰ অভিজ্ঞতা আয়ত্ত কৰাৰ লগত তলৰ কোনটো বিষয়ৰ মিল নাই

A. ৰাতিৰ ভাগত আশ্রয় ল’বলৈ অহা স্থানলৈ ফল, গুটি আদি আনিছিল আৰু এৰেহাখিনি পেলাই দিয়াৰ পিছত গজি উঠা গছৰ পৰা

B. অৰণ্যৰ যিবােৰ গছৰ পৰা ফল খাইছিল সেইবােৰ গছৰ তলত পুনৰ একেধৰণৰ গছ গজি উঠার পৰা

C. আন জীৱ-জন্তুক গছ ৰােপণ কৰা দেখি

D. নদী বা হ্রদ আদিৰ পাৰৰ সাৰুৱা কোমল মাটিত সহজে গজি উঠা দেখি

Answer : Option C

View Answer

23.  
নাঙলৰ আৱিষ্কাৰ পােনতে ক’ত হৈছিল ?

A. ইজিপ্ত

B. মেছােপটেমিয়া

C. চীন

D. আফ্রিকা

Answer : Option B

View Answer

24.  
নাঙলৰ আৱিষ্কাৰ কেতিয়া হৈছিল ?

A. ৪০০০ খ্রীষ্টপূর্বত

B. ৫,০০০ খ্রীষ্টপূর্বত

C. ৭০০০ খ্রীষ্টপূর্বত

D. ৯০০০ খ্রীষ্টপূর্ব

Answer : Option A

View Answer

25.  
এটা মূৰে মানুহে হেচি আনটো মূৰ মানুহে টানি মাটি চহােৱা ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ হয়?

A. ১০,০০০ খ্রীঃপূঃ

B. ৮,০০০ খ্রীঃপঃ

C. ৪,০০০ খ্রীঃপূঃ

D. ৯,০০০ খ্রীঃপূ

Answer : Option D

View Answer

26.  
কৃষিকার্যত জন্তুৰ ব্যৱহাৰ কেতিয়া হৈছিল?

A. ৭,০০০ খ্রীঃ পূঃ

B. ৬,০০০ খ্রীঃপূঃ

C. ৫,০০০ খ্রীঃপূঃ

D. ৪,০০০ খ্রীঃপূঃ

Answer : Option B

View Answer

27.  
ফার্টাইল ক্ৰেচেণ্ট’ ক’ত অৱস্থিত?

A. আফগানিস্থান

B. পশ্চিম এছিয়া

C. ভূমধ্যসাগৰৰ উপকূলৰ পৰা ইৰানৰ জাগ্লোচ পর্বতলৈ

D. উত্তৰ আফ্রিকাৰ কাজে

Answer : Option C

View Answer

28.  
পােন প্রথমে পদ্ধতিগতভাৱে কৃষিকার্য কৰা ঠাইসমূহৰ ভিতৰত তলৰ কোনখন নহয়?

A. চীন

B. চিৰিয়া

C. পেলেষ্টাইন

D. বেলুচিস্তান

Answer : Option A

View Answer

29.  
কোন দেশত পােন প্রথমে ধানখেতি আৰম্ভ হৈছিল?

A. ভাৰত

B. চীন

C. আফ্রিকা

D. পাৰস্য

Answer : Option B

View Answer

30.  
আদিম মানৱক স্থায়ী বাসগৃহ নির্মাণৰ ক্ষেত্ৰত তলৰ কোনটো কাৰকে সহায় কৰা নাছিল?

A. বিপদ-বিঘিনিৰ পৰা ৰক্ষা পাবলৈ

B. শস্যৰ বাবে পানীৰ প্ৰয়ােজনত নদনদী বা হ্ৰদৰ পাৰলৈ যােৱা আৰু শস্যৰ যত্ন লােৱাৰ বাবে

C. বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ উপদ্ৰৱৰ পৰা খেতি পথাৰ ৰক্ষা কৰা

D. পশুপালনৰ বাবে চৰণীয়া পথাৰৰ প্ৰয়ােজনত

Answer : Option D

View Answer