ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
31.
কেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল ?
32.
View Answer
চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?
A. হৰপ্পা আৰু ৰােম সভ্যতাত
B. চুমেৰীয় আৰু মিছৰীয় সভ্যতাত
C. মেছােপটেমিয়া আৰু ইজিপ্ত সভ্যতাত
D. চীন আৰু গ্রীক সভ্যতাত
Answer : Option B
33.
View Answer
তলৰ কোনবিধ সামগ্ৰী আদিম মানৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা নাছিল?
A. লােহাৰ হাতিয়াৰ
B. শিল আৰু কাঠ
C. জন্তুৰ দীঘল দাঁত আৰু শিং
D. জন্তুৰ হাড়
Answer : Option A
34.
View Answer
আদিম মানৱে অলংকাৰ হিচাপে তলৰ কোনবিধ সামগ্রী ব্যৱহাৰ কৰা নাছিল?
A. জন্তুৰ দাঁত
B. জন্তুৰ হাড় আৰু গছৰ কাঠ
C. জন্তুৰ শিং
D. ধাতব পদার্থ
Answer : Option D
35.
হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ আছিল?
36.
হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতাৰ খননকার্য পােন প্রথমে কিমান খ্রীষ্টাব্দত আৰম্ভ হয়?
37.
সিন্ধু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল?
38.
সিন্ধু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল?
39.
মহেঞ্জোদাৰৰ সভ্যতাৰ লগত তলৰ কোনটো বিষয় জড়িত?
40.
মহেঞ্জোদাৰৰ সভাতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত?