30 ExamPoint | Assam Direct Recruitment MCQs

31.  
কেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল ?

A. ৫০০০ খ্রীঃপূঃ

B. ৪০০০ খ্রীঃপূঃ

C. ৩০০০ খ্রীঃপূঃ

D. ২০০০ খ্রীঃপূঃ

Answer : Option C

View Answer

32.  
চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?

A. হৰপ্পা আৰু ৰােম সভ্যতাত

B. চুমেৰীয় আৰু মিছৰীয় সভ্যতাত

C. মেছােপটেমিয়া আৰু ইজিপ্ত সভ্যতাত

D. চীন আৰু গ্রীক সভ্যতাত

Answer : Option B

View Answer

33.  
তলৰ কোনবিধ সামগ্ৰী আদিম মানৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা নাছিল?

A. লােহাৰ হাতিয়াৰ

B. শিল আৰু কাঠ

C. জন্তুৰ দীঘল দাঁত আৰু শিং

D. জন্তুৰ হাড়

Answer : Option A

View Answer

34.  
আদিম মানৱে অলংকাৰ হিচাপে তলৰ কোনবিধ সামগ্রী ব্যৱহাৰ কৰা নাছিল?

A. জন্তুৰ দাঁত

B. জন্তুৰ হাড় আৰু গছৰ কাঠ

C. জন্তুৰ শিং

D. ধাতব পদার্থ

Answer : Option D

View Answer

35.  
হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ আছিল?

A. প্রত্ন প্রস্তুৰ যুগ

B. নৱ প্রস্তুৰ যুগ

C. তাম্র যুগ

D. লােহা যুগ

Answer : Option C

View Answer

36.  
হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতাৰ খননকার্য পােন প্রথমে কিমান খ্রীষ্টাব্দত আৰম্ভ হয়?

A. ১৮৮৮ খ্রীঃত

B. ১৯০৯ খ্রীঃত

C. ১৯২২ খ্রীঃত

D. ১৯২৮ খ্রীঃত

Answer : Option C

View Answer

37.  
সিন্ধু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল?

A. তাম

B. লাে

C. সােণ

D. ৰূপ

Answer : Option B

View Answer

38.  
সিন্ধু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল?

A. তাম

B. লাে

C. সােণ

D. ৰূপ

Answer : Option A

View Answer

39.  
মহেঞ্জোদাৰৰ সভ্যতাৰ লগত তলৰ কোনটো বিষয় জড়িত?

A. ফুলৰ খেতি

B. নৃত্যকলা

C. চিত্রশিল্প

D. বৃহৎ স্নানাগাৰ

Answer : Option D

View Answer

40.  
মহেঞ্জোদাৰৰ সভাতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত?

A. সিন্ধু

B. গংগা

C. যমুনা

D. গােদাবৰী

Answer : Option A

View Answer