ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
62.
View Answer
বৈদিক সভ্যতাৰ আৰম্ভণিৰ সময়
A. খ্রীঃ পূঃ ৬০০০
B. খ্রীঃ পূঃ ২৫০০
C. খ্রীঃ পূঃ ১৫০০
D. খ্রীঃ পূঃ ১০০০
Answer : Option C
63.
ইতিহাসবিদসকলৰ মতে ভাৰতত মুঠতে কিমানটা উল্লেখযােগ্য আৰু শক্তিশালী আর্য দলে প্রৱেশ কৰিছিল?
64.
View Answer
ভাৰতত প্ৰৱেশ কৰা প্ৰথম আৰ্যসকল সম্বন্ধে তলৰ কোনটো উক্তি অশুদ্ধ
A. তেওঁলোেক মধ্য এছিয়াৰ পৰা আহিছিল
B. তেওঁলােক গ্রীক, বেছিভাগ ভাৰতীয়, পাৰ্চী আৰু ৰােমানসকলৰ পূৰ্বপুৰুষ
C. ভাৰতলৈ আহি তেওঁলােকে পােনতে পঞ্জাবত বসতি কৰিছিল
D. ভাৰতলৈ তেওঁলােকেই প্রথম ঘোঁৰা আনে
Answer : Option D
66.
মনুৰ মতে আৰ্যসকলে ভাৰতৰ কোন অঞ্চল দখল কৰা নাছিল ?
67.
আর্যসকলে অনাৰ্যসকলক কি বুলি কৈছিল?
68.
View Answer
ঋগবেদৰ যুগত সামাজিক অৱস্থাৰ তলৰ কোনটো কথা সত্য নহয়
A. পৰিয়াল পিতৃপ্রধান আছিল
B. মানুহবােৰৰ বেছিভাগেই খেতিয়ক আৰু পশুপালক আছিল
C. সমাজত নাৰীৰ স্থান উচ্চ আছিল
D. মানহে সােম বা সুৰা আদি পানীয় ব্যৱহাৰ কৰা নাছিল আৰু নৃত্য, গীত, চিকাৰ, ৰথ দৌৰ বা পাশা খেল আদি মনােৰঞ্জনৰ প্রচলন নাছিল
Answer : Option D
69.
আদি বৈদিক যুগত সমাজত নাৰীৰ স্থান আছিল
70.
ঋগবৈদিক বা আদিবৈদিক যুগত বাল্য বিবাহ