60 ExamPoint | Assam Direct Recruitment MCQs

61.  
কোনখন বেদ প্রাচীনতম

A. ঋগবেদ

B. যজুর্বেদ

C. সামবেদ

D. অথর্ব বেদ

Answer : Option A

View Answer

62.  
বৈদিক সভ্যতাৰ আৰম্ভণিৰ সময়

A. খ্রীঃ পূঃ ৬০০০

B. খ্রীঃ পূঃ ২৫০০

C. খ্রীঃ পূঃ ১৫০০

D. খ্রীঃ পূঃ ১০০০

Answer : Option C

View Answer

63.  
ইতিহাসবিদসকলৰ মতে ভাৰতত মুঠতে কিমানটা উল্লেখযােগ্য আৰু শক্তিশালী আর্য দলে প্রৱেশ কৰিছিল?

A. এটা

B. দুটা

C. তিনিটা

D. চাৰিটা

Answer : Option B

View Answer

64.  
ভাৰতত প্ৰৱেশ কৰা প্ৰথম আৰ্যসকল সম্বন্ধে তলৰ কোনটো উক্তি অশুদ্ধ

A. তেওঁলোেক মধ্য এছিয়াৰ পৰা আহিছিল

B. তেওঁলােক গ্রীক, বেছিভাগ ভাৰতীয়, পাৰ্চী আৰু ৰােমানসকলৰ পূৰ্বপুৰুষ

C. ভাৰতলৈ আহি তেওঁলােকে পােনতে পঞ্জাবত বসতি কৰিছিল

D. ভাৰতলৈ তেওঁলােকেই প্রথম ঘোঁৰা আনে

Answer : Option D

View Answer

65.  
আর্য মানে প্রকৃততে হ’ল

A. জাতি

B. ভাষা

C. দেশ

D. সংবংশ

Answer : Option B

View Answer

66.  
মনুৰ মতে আৰ্যসকলে ভাৰতৰ কোন অঞ্চল দখল কৰা নাছিল ?

A. ব্রহ্মবর্ত

B. ব্রহ্মর্ষীবর্ত

C. মধ্যদেশ

D. কর্ণসুবর্ণ

Answer : Option D

View Answer

67.  
আর্যসকলে অনাৰ্যসকলক কি বুলি কৈছিল?

A. শূদ্র

B. অসুৰ

C. দস্যু

D. দেৱ

Answer : Option A

View Answer

68.  
ঋগবেদৰ যুগত সামাজিক অৱস্থাৰ তলৰ কোনটো কথা সত্য নহয়

A. পৰিয়াল পিতৃপ্রধান আছিল

B. মানুহবােৰৰ বেছিভাগেই খেতিয়ক আৰু পশুপালক আছিল

C. সমাজত নাৰীৰ স্থান উচ্চ আছিল

D. মানহে সােম বা সুৰা আদি পানীয় ব্যৱহাৰ কৰা নাছিল আৰু নৃত্য, গীত, চিকাৰ, ৰথ দৌৰ বা পাশা খেল আদি মনােৰঞ্জনৰ প্রচলন নাছিল

Answer : Option D

View Answer

69.  
আদি বৈদিক যুগত সমাজত নাৰীৰ স্থান আছিল

A. উচ্চ

B. নিম্ন

C. হেয়জ্ঞান কৰিছিল

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

70.  
ঋগবৈদিক বা আদিবৈদিক যুগত বাল্য বিবাহ

A. আছিল

B. নাছিল

C. দুয়ােটা আছিল

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer