ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
82.
হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যৰ চাৰিসীমাৰ দৈর্ঘ্য কিমান আছিল
83.
প্রাচীন কামৰূপ ৰাজ্যৰ ভৌগােলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?
84.
কালিকাপুৰাণ কেতিয়া ৰচিত হৈছিল?
85.
প্রাচীন কামৰূপৰ সৰহসংখ্যক জনসংখৰা কি গােষ্ঠীৰ আছিল?
86.
View Answer
অসমত জাতি ব্যৱস্থা কেতিয়াৰ পৰা উদ্ভৱ হয়?
A. বর্মনসকলৰ দিনৰ পৰা
B. আৰ্যসকল অহাৰ পৰা
C. অষ্ট্ৰিসকল অহাৰ পৰা
D. মঙ্গোলীয়সকল অহাৰ পৰা
Answer : Option B
87.
কামৰূপৰ জীয়ৰী অমৃত প্রভাৰ বিয়া কি প্রথাৰে হৈছিল?
88.
অমৃত প্রভাক কোনখন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল?
89.
কাশ্মিৰৰ বুৰঞ্জী ৰাজতৰঙ্গীনীৰ লিখক কোন আছিল?
90.
অসমত তামােল-পান খােৱা প্ৰথা কোন জনগােষ্ঠীৰ অৱদান