100 ExamPoint | Assam Direct Recruitment MCQs

101.  
কোন ৰজাহ নৰকক যজ্ঞভূমিত মানুহৰ লাওখােলাত পাই তুলি-তালি ডাঙৰ-দীঘল কৰিছিল

A. বিদেহ ৰাজ্যৰ ৰজা জনকে

B. শোণিতপুৰৰ বাণ ৰজাই

C. বিদর্ভৰ ৰজা ভীষ্মকে

D. হিড়িম্বাপুৰৰ ৰজা ঘটোৎকচে

Answer : Option A

View Answer

102.  
প্রাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকী হ’ল

A. মহীৰংগ দানৱ

B. নৰকাসুৰ

C. ভগদত্ত

D. বজ্রদত্ত

Answer : Option B

View Answer

103.  
নৰকাসুৰে বিবাহৰ প্ৰস্তাৱ দিয়া দেৱীগৰাকী আছিল

A. তাম্ৰেশ্বৰী বা কেঁচাইখাতী

B. দেৱী দুর্গা

C. কামাখ্যা দেৱী

D. কালী গােসাঁনী

Answer : Option C

View Answer

104.  
নৰকক বধ কৰিছিল

A. শ্রীকৃষ্ণই

B. কামাখ্যা দেৱীয়ে

C. ইন্দ্ৰদেৱতাই

D. ভগদত্তই

Answer : Option A

View Answer

105.  
কিংবদন্তি মতে ভগদত্তৰ জীয়েক ভানুমতীক বিয়া কৰাইছিল

A. অর্জুনে

B. দুর্যোধনে

C. ভীমে

D. যুধিষ্ঠিৰে

Answer : Option B

View Answer

106.  
প্রবাদমতে গুৱাহাটীৰ দীঘলীপুখুৰীটো কোনজন ৰজাই খাইছিল

A. নৰকাসুৰ

B. বাণ ৰজা

C. ভগদত্ত

D. বজ্রদত্ত

Answer : Option C

View Answer

107.  
কুৰুক্ষেত্র যুদ্ধত কামৰূপৰ পৰা কৌৰৱৰ পক্ষ লৈ কোনে যুদ্ধ কৰিছিল?

A. বব্ৰুবাহন

B. ভগদত্ত

C. ভীষ্মক

D. বজ্রদত্ত

Answer : Option B

View Answer

108.  
নৰকাসুৰৰ সমসাময়িকভাৱে শােণিতপুৰত কোন ৰজাই ৰাজত্ব কৰিছিল?

A. বাণ ৰজা

B. ঘটোৎকচ

C. ব্রুবাহন

D. যজ্ঞদত্ত

Answer : Option A

View Answer

109.  
বাণ ৰজা কোন দেৱতাৰ ভক্ত আছিল?

A. বিষ্ণু

B. ইন্দ্ৰ

C. বৰুণ

D. শিৱ

Answer : Option D

View Answer

110.  
উষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত

A. ভীষ্মক

B. কুম্ভাণ্ড

C. বাণৰজা

D. ঘটোৎকচ

Answer : Option C

View Answer