140 ExamPoint | Assam Direct Recruitment MCQs

141.  
তুর্বকে কেতিয়া আহােম ৰাজ্য আক্রমণ কৰে?

A. ১৫১২ খ্রীঃত

B. ১৫৩২ খ্রীঃত

C. ১৫৬৮ খ্রীঃত

D. ১৬১৫ খ্রীঃত

Answer : Option B

View Answer

142.  
কোনজন ৰজাৰ দিনত আহােম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্রতিষ্ঠা হয়?

A. চুহুংমুং

B. জয়ধ্বজ সিংহ

C. ৰুদ্ৰসিংহ

D. চুক্লেংমুং

Answer : Option D

View Answer

143.  
কোনজন ৰজাক খােৰা ৰজা বুলিও কোৱা হয়?

A. চুদাংফা

B. চুক্লেংমুং

C. চুখামা

D. চুতুফা

Answer : Option C

View Answer

144.  
কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?

A. প্রতাপ সিংহ

B. ৰুদ্ৰসিংহ

C. ৰাজেশ্বৰ সিংহ

D. চুহুংমুং

Answer : Option A

View Answer

145.  
ৰ্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত ১৬৩৯ চনৰ কলিয়াবৰ সন্ধি অনুসৰি আহােম আৰু মােগলৰ সীমা আছিল

A. উত্তৰ পাৰে বৰনদী, দক্ষিণ পাৰে কলং

B. উত্তৰ পাৰে বৰনদী, দক্ষিণ পাৰে অসুৰৰ আলি

C. উত্তৰ পাৰে বৰনদী, দক্ষিণ পাৰে কপিলী

D. উত্তৰ পাৰে পুথিমাৰী, দক্ষিণ পাৰে ডিগাৰু

Answer : Option B

View Answer

146.  
স্বৰ্গদেউ প্রতাপ সিংহৰ বাজত্বকালত পাইক বা খেল প্ৰথাৰ সংস্কাৰ সাধন কৰা বিষয়াগৰাকী কোন আছিল

A. কীর্তিচন্দ্ৰ বৰুৱা

B. মােমাই তামুলী বৰবৰুৱা

C. আতন বুঢ়াগােহাঁই

D. কনচেং বৰপাত্ৰগােহাঁই

Answer : Option B

View Answer

147.  
ভগাৰজা কোন আছিল?

A. চুত্যিংফা

B. চুতাম্লা

C. চুৰম‌্ফা

D. চুবিন্‌ফা

Answer : Option C

View Answer

148.  
নৰিয়া ৰজাৰ আহােম নাম আছিল

A. চুৰম‌্ফা

B. চুপুংমুং

C. চুতেউফা

D. চুত্যিংফা

Answer : Option D

View Answer

149.  
১৬৪৮ চনত ৰাজপাটত উঠা চুতাশ্লাক ভগনীয়া ৰজাও বােলা হৈছিল। তেওঁৰ হিন্দু নাম কি আছিল?

A. ৰুদ্ৰসিংহ

B. শিৱসিংহ

C. জয়ধ্বজ সিংহ

D. ৰাজেশ্বৰ সিংহ

Answer : Option C

View Answer

150.  
মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল ?

A. ১৫৯২

B. ১৬৩৮

C. ১৬৬২

D. ১৬৭৮

Answer : Option C

View Answer