ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
161.
কোনজন আহােম স্বৰ্গদেৱে বংগ আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাইছিল?
162.
ৰংপুৰ নগৰৰ পৰিকল্পনাৰ বাবে কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক কোনে মতাই আনিছিল?
163.
কোনজন আহােম স্বৰ্গদেউৰ ওপৰত ছত্রভংগ যােগ’ পৰা বুলি জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছিল?
164.
ৰাণী ফুলেশ্বৰীক শিৱসিংহই দিয়া উপাধিটো আছিল
165.
View Answer
কীর্তি চন্দ্ৰ বৰুৱাক ‘জলম বঁটা’ আখ্যা দিয়া বুৰঞ্জীখনৰ নাম আছিল
A. চকৰিফেটী বুৰঞ্জী
B. তুংখুঙীয়া বুৰঞ্জী
C. দেওধাই অসম বুৰঞ্জী
D. সাতসৰী অসম বুৰঞ্জী
Answer : Option A
166.
‘লতাকটা ৰণ’ কাৰ দিনত হৈছিল?
167.
ৰুদ্ৰসিংহ নিম্নলিখিত কোনখন সত্ৰৰ শিষ্য আছিল?
168.
প্রথম মােৱামৰীয়া বিদ্রোহ কাৰ দিনত হৈছিল?
170.
কোন চনত লড কনৱালিচে মােৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ কেপ্টেইন ৱেলছক অসমলৈ পঠাইছিল?