ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
181.
জয়সাগৰ কোনে খন্দাইছিল ?
182.
নেঘেৰিটিঙৰ শিৱদৌলটো কাৰ ৰাজত্বকালত সজোৱা হৈছিল?
183.
নামদাং শিলৰ সাঁকো কাৰ দিনত নির্মাণ কৰাইছিল ?
184.
গড়গাঁৱত থকা কাৰেংঘৰটো কাৰ দিনত নির্মিত?
185.
ৰংঘৰ পকী কৰি সজাইছিল
186.
কোচ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?
187.
ইংৰাজ পর্যটক ৰালফ ফিটচে কাৰ দিনত কোচ ৰাজ্য ভ্রমণ কৰিছিল?
188.
ৰালফ ফিচে কিমান চনত কোচ ৰাজ্য ভ্রমণ কৰিছিল?
189.
গােহাইকমল আলি কোনে নির্মাণ কৰিছিল?
190.
কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?