ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
201.
কোনগৰাকী কছাৰী ৰজাই ক্রমে ‘অৰিমর্দন’, ‘শত্রুদমন’ আৰু ‘প্রতাপনাৰায়ণ’ উপাধি লৈছিল?
202.
জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী আছিল
203.
মহাভাৰতৰ কোনগৰাকী বীৰৰ লগত জয়ন্তীয়া ৰাজ্যৰ প্ৰবাদ জড়িত হৈ আছে?
205.
গুৰু চৰিতত উল্লেখ থকা মতে দুর্লভ নাৰায়ণে কোন দেশৰ পৰা ভূঞাসকলক আনিছিল?
206.
আহােম স্বৰ্গদেউসকলে পুৰােহিতক দান কৰা লাখেৰাজ মাটিক কি বােলা হৈছিল?
207.
জৈন ধর্মৰ প্ৰচাৰক মহাবীৰৰ আচল নাম আছিল
208.
জৈন ধৰ্মৰ প্ৰচাৰক আছিল
209.
মহাবীৰৰ জন্ম হৈছিল
210.
মহাবীৰে জন্মলাভ ৰা গাঁওখনৰ নাম আছিল