অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
1.
তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়?
2.
শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?
3.
শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন?
4.
ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?
5.
View Answer
তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ ?
A. শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা
B. ওজাপালিৰ প্রভাবেৰে তেওঁ বৰগীত ৰচনা কৰে
C. শংকৰদেৱৰ প্রথম নাট কেলিগোপাল
D. শংকৰদেৱৰ নাটকক প্ৰহসন বোলে
Answer : Option A
6.
ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্রন্থখন কি?
7.
শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি?
8.
View Answer
শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হ'ল
A. গীত আৰু ভটিমা
B. ওজাপালি আৰু সুকনায়ী পদ
C. জিকিৰ আৰু জাৰি
D. দেহবিচাৰ আৰু কাহিনীগীত
Answer : Option A
9.
শংকৰদেৱৰ ভক্তি-তত্বমূলক গ্ৰন্থ কোনখন?
10.
মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?