1.  
তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়?

A. দেৱজিৎ

B. ৰামায়ণ

C. তাম্ৰধ্বজৰ যুদ্ধ

D. ৰাজসূয় কাব্য

Answer : Option A

View Answer

2.  
শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?

A. বেলগুৰিত

B. গাংমৌত

C. পাটবাউসীত

D. মধুপুৰত

Answer : Option B

View Answer

3.  
শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন?

A. জগদীশ মিশ্ৰ

B. মাধৱদেৱ

C. ৰামচৰণ ঠাকুৰ

D. ৰামমিশ্ৰ

Answer : Option A

View Answer

4.  
ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?

A. অনুবাদমূলক

B. নাট

C. ভটিমা

D. গীত

Answer : Option A

View Answer

5.  
তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ ?

A. শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা

B. ওজাপালিৰ প্রভাবেৰে তেওঁ বৰগীত ৰচনা কৰে

C. শংকৰদেৱৰ প্রথম নাট কেলিগোপাল

D. শংকৰদেৱৰ নাটকক প্ৰহসন বোলে

Answer : Option A

View Answer

6.  
ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্রন্থখন কি?

A. ভক্তিৰত্নাকৰ

B. গুণমালা

C. অনাদি পাতন

D. ভক্তিপ্রদীপ

Answer : Option B

View Answer

7.  
শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি?

A. হৰিশ্চন্দ্ৰ উপাখ্যান

B. ৰুক্মিণী হৰণ

C. কুৰুক্ষেত্ৰ

D. দশম

Answer : Option A

View Answer

8.  
শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হ'ল

A. গীত আৰু ভটিমা

B. ওজাপালি আৰু সুকনায়ী পদ

C. জিকিৰ আৰু জাৰি

D. দেহবিচাৰ আৰু কাহিনীগীত

Answer : Option A

View Answer

9.  
শংকৰদেৱৰ ভক্তি-তত্বমূলক গ্ৰন্থ কোনখন?

A. ভক্তিপ্রদীপ

B. কুৰুক্ষেত্ৰ

C. অনাদি পাতন

D. পত্নীপ্ৰসাদ

Answer : Option A

View Answer

10.  
মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

A. গোবিন্দগিৰি ভূঞা

B. কুসুম্বৰ ভূঞা

C. নাৰায়ণ ঠাকুৰ

D. ভৱানন্দ

Answer : Option A

View Answer