160 ExamPoint | Assam Direct Recruitment MCQs

161.  
'জোনাকী' কাকতখন কিমান চনত প্ৰথমতে ওলাই ন?

A. ১৮৪৬ চনত

B. ১৮৮৯ চনত

C. ১৮৮৮ চনত

D. ১৮৯৮ চনত

Answer : Option B

View Answer

162.  
লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল ?

A. ১৯৪২ চনত

B. ১৯৫২ চনত

C. ১৯৩৮ চনত

D. ১৯৪৮ চনত

Answer : Option C

View Answer

163.  
'কামত কৃতিত্ব লভিবৰ সংকেত পুথিখন কোনে ৰচনা কৰিছিল?

A. চন্দ্ৰকুমাৰ আগৰৱালাই

B. লক্ষ্মীনাথ বেজবৰুৱাই

C. হেমচন্দ্ৰ গোস্বামীয়ে

D. পদ্মনাথ গোহাঞি বৰুৱাই

Answer : Option B

View Answer

164.  
'জোনাকী' কাকতৰ প্রথম সম্পাদক আছিল

A. লক্ষ্মীনাথ বেজবৰুৱা

B. চন্দ্ৰকুমাৰ আগৰৱালা

C. হেমচন্দ্ৰ গোস্বামী

D. পদ্মনাথ গোহাঞি বৰুৱা

Answer : Option B

View Answer