140 ExamPoint | Assam Direct Recruitment MCQs

141.  
মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি?

A. দাস্য আৰু বাৎসল্য ৰস

B. কৰুণ ৰস

C. শান্ত ৰস

D. হাস্যৰস

Answer : Option A

View Answer

142.  
'নামমালিকা' পুথিখনৰ মূল ৰচক কোন?

A. শংকৰদেৱ

B. মাধৱ কন্দলি

C. পুৰুষোত্তম গজপতি

D. নৰনাৰায়ণ

Answer : Option C

View Answer

143.  
তলৰ কোনখন পুথি মাধৱদেৱ ৰচিত নহয়?

A. চোৰধৰা

B. অৰ্জুন ভঞ্জন

C. পিম্পৰা গুচোৱা

D. ৰামবিজয়

Answer : Option D

View Answer

144.  
তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল?

A. ভক্তি ৰত্নাৱলী

B. অমুল্য ৰত্ন

C. ৰাজসূয়

D. ভোজন বিহাৰ

Answer : Option B

View Answer

145.  
তলৰ কোনখন নাট মাধৱদেৱৰ ৰচনা?

A. পিম্পৰা গুচোৱা

B. ৰুক্মিণীহৰণ

C. পাৰিজাত হৰণ

D. কালিয়দমন

Answer : Option A

View Answer

146.  
ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল?

A. উত্তৰ কাণ্ড

B. আযোধ্যাকাণ্ড

C. আদি কাণ্ড

D. অৰণ্য কাণ্ড

Answer : Option C

View Answer

147.  
মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে?

A. ভক্তি ৰত্নাৱলী

B. ৰাজসূয়

C. নামঘোষা

D. নামমালিকা

Answer : Option C

View Answer

148.  
মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়?

A. চোৰধৰা

B. পিম্পৰা গুচোৱা

C. ভূমি লেটোৱা

D. অৰ্জুন ভঞ্জন

Answer : Option D

View Answer

149.  
লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম চনটো কি?

A. ১৮৬৪ চন

B. ১৮৫৪ চন

C. ১৮৭৪ চন

D. ১৮৭৮ চন

Answer : Option A

View Answer

150.  
বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয়

A. 'কদমকলি' কবিতাপুথিৰে

B. 'লিতিকাই' নামৰ নাটকেৰে

C. 'জোনবিৰি' চুটিগল্পৰ পুথিৰে

D. 'শংকৰদেৱ' নামৰ জীৱনী গ্ৰন্থেৰে

Answer : Option B

View Answer