অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
151.
তলৰ কোনখন নাটক বেজবৰুৱাই ৰচনা কৰে
152.
বেজবৰুৱাৰ উপন্যাস ৰচনাৰ সংখ্যা
153.
তলৰ কোনখন গ্ৰন্থ বেজবৰুৱা ৰচিত নহয়
154.
View Answer
তলৰ কোনখন এঁতিহাসিক নাটক লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা
A. ৰন্দ্ৰসিংহ স্বৰ্গদেৱ
B. চত্ৰধ্বজসিংহ
C. বদন বৰফুকন
D. পিয়লি বৰফুকন
Answer : Option B
155.
View Answer
বেজবৰুৱা ৰচিত আত্মজীৱনীখনৰ নাম কি?
A. জীৱনৰ দীঘ আৰু বাণী
B. মোৰ জীৱনৰ কিছুকথা
C. মোৰ জীৱন সোঁৱৰণ
D. জীৱনৰ বাটত
Answer : Option C
156.
তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত?
157.
তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?
158.
View Answer
'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?
A. প্রসন্নলাল চৌধুৰী
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. কমলাকান্ত ভট্টাচাৰ্য
D. আনন্দৰাম ঢেকিয়াল ফুকন
Answer : Option B
159.
তলৰ কোনটো কবিতা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত?
160.
View Answer
তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্রণীত?
A. অসম দেশৰ বুৰঞ্জী
B. ভাৰতবৰ্ষৰ বুৰঞ্জী
C. ইংলেগুৰ বুৰঞ্জী
D. পাশ্চাত্য দেশৰ বুৰজী
Answer : Option B