150 ExamPoint | Assam Direct Recruitment MCQs

151.  
তলৰ কোনখন নাটক বেজবৰুৱাই ৰচনা কৰে

A. স্বৰ্গদেৱ চুকাফা

B. জয়মতী

C. জয়ধ্বজসিংহ

D. বাণৰজা

Answer : Option B

View Answer

152.  
বেজবৰুৱাৰ উপন্যাস ৰচনাৰ সংখ্যা

A. দুখন

B. তিনিখন

C. এখন

D. চাৰিখন

Answer : Option C

View Answer

153.  
তলৰ কোনখন গ্ৰন্থ বেজবৰুৱা ৰচিত নহয়

A. তত্ত্বকথা

B. শ্ৰীকৃষ্ণকথা

C. ভাগৱত কথা

D. প্রতিমা

Answer : Option D

View Answer

154.  
তলৰ কোনখন এঁতিহাসিক নাটক লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা

A. ৰন্দ্ৰসিংহ স্বৰ্গদেৱ

B. চত্ৰধ্বজসিংহ

C. বদন বৰফুকন

D. পিয়লি বৰফুকন

Answer : Option B

View Answer

155.  
বেজবৰুৱা ৰচিত আত্মজীৱনীখনৰ নাম কি?

A. জীৱনৰ দীঘ আৰু বাণী

B. মোৰ জীৱনৰ কিছুকথা

C. মোৰ জীৱন সোঁৱৰণ

D. জীৱনৰ বাটত

Answer : Option C

View Answer

156.  
তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত?

A. চেতনা

B. আৱাহন

C. ঊষা

D. বাঁহী

Answer : Option D

View Answer

157.  
তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?

A. গদাধৰ

B. জয়মতী

C. শিশুপাল বধ

D. চত্ৰধ্বজসিংহ

Answer : Option A

View Answer

158.  
'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?

A. প্রসন্নলাল চৌধুৰী

B. চন্দ্ৰকুমাৰ আগৰৱালা

C. কমলাকান্ত ভট্টাচাৰ্য

D. আনন্দৰাম ঢেকিয়াল ফুকন

Answer : Option B

View Answer

159.  
তলৰ কোনটো কবিতা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত?

A. প্ৰিয়তমাৰ চিঠি

B. কাকূতি

C. প্ৰিয়তমাৰ সৌন্দৰ্য

D. দেৱকন্যা

Answer : Option C

View Answer

160.  
তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্রণীত?

A. অসম দেশৰ বুৰঞ্জী

B. ভাৰতবৰ্ষৰ বুৰঞ্জী

C. ইংলেগুৰ বুৰঞ্জী

D. পাশ্চাত্য দেশৰ বুৰজী

Answer : Option B

View Answer