অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
131.
'মন মেৰি ৰাম চৰণেহি লাগু' বৰগীতটোৰ ৰচক
132.
মাধৱদেৱৰ মাতৃৰ নাম কি আছিল?
133.
মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল?
134.
View Answer
ৰামদাস কোন আছিল?
A. মাধৱদেৱৰ ভাগিনে
B. মাধৱদেৱৰ বৈনায়েক
C. মাধৱদেৱৰ ভতিজাক
D. মাধৱদেৱৰ মোমায়েক
Answer : Option B
135.
View Answer
তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল?
A. ১৫৮৬ খৃষ্টাব্দত
B. ১৫৬৬ খৃষ্টাব্দত
C. ১৫৯৬ খৃষ্টাব্দত
D. ১৫৭৬ খৃষ্টাব্দত
Answer : Option C
136.
তলৰ কোনখন তত্ত্বমূলক গ্রস্থ মাধৱদেৱ অনুদিত?
137.
মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব বুলি কোৱা হয়
138.
View Answer
চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? লৈয়া যায়
A. তেজৰে কমলাপতি
B. জয় গুৰু শংকৰ
C. পৰভাতে শ্যামকানু
D. ধেনু লৈয়া যায়
Answer : Option B
139.
কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল?
140.
কাৰ উৎসাহত মাধৱদেৱে ‘ৰাজসূয় কাব্য’ ৰচনা কৰিছিল?