110 ExamPoint | Assam Direct Recruitment MCQs

111.  
'ভক্তিৰত্নাৱলী' নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেবক কোনে আনি দিছিল?

A. ভাস্কৰ আচাৰ্যই

B. কণ্ঠভূষণে

C. ঠাকুৰ আতা

D. মাধৱদেৱ

Answer : Option B

View Answer

112.  
শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল

A. অনসূয়া

B. খেৰসূতী

C. মহাধৃতি

D. ৰাধিকা শান্তী

Answer : Option B

View Answer

113.  
শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল?

A. কালিয়দমন

B. চিহ্নযাত্ৰা

C. কেলিগোপাল

D. মালতী মাধব

Answer : Option B

View Answer

114.  
শংকৰদেৱৰ জোৱায়েকৰ নাম কি আছিল?

A. ৰামদাস

B. সতানন্দ

C. হৰি ভূঞা

D. ৰামানন্দ

Answer : Option C

View Answer

115.  
শংকৰদেৱৰ মৃত্যু হৈছিল

A. ১৫৭৮ খৃষ্টাব্দত

B. ১৫৬৮ খৃষ্টাব্দত

C. ১৫৫৮ খৃষ্টাব্দত

D. ১৫৭৯ খৃষ্টাব্দত

Answer : Option B

View Answer

116.  
তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়?

A. হৰিশ্চন্দ্ৰ উপাখ্যান

B. ৰুক্মিণীহৰণ

C. ৰাজসূয়

D. কুৰুক্ষেত্ৰ

Answer : Option C

View Answer

117.  
মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা

A. ৫ খন

B. ৬ খন

C. ৯ খন

D. ৮ খন

Answer : Option B

View Answer

118.  
মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্বমূলক গ্রন্থ নহয়

A. ভক্তিপ্ৰদীপ

B. ভক্তিৰত্নাকৰ

C. পত্নীপ্ৰসাদ

D. নিৱি-নৱসিদ্ধ সংবাদ

Answer : Option C

View Answer

119.  
'গুণমালা' পুথিৰ আধাৰ গ্ৰন্থকি?

A. ভাগৱত

B. গীতা

C. বিষ্ণু পুৰাণ

D. বিষ্ণু ধৰ্মোত্তৰ

Answer : Option A

View Answer

120.  
তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগেই শংকৰদেৱৰ তিৰোধান হয়?

A. ৰুক্মিণী হৰণ

B. ৰামবিজয়

C. কেলিগোপাল

D. কালিয়দমন

Answer : Option B

View Answer