অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
111.
'ভক্তিৰত্নাৱলী' নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেবক কোনে আনি দিছিল?
112.
শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল
113.
শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল?
114.
শংকৰদেৱৰ জোৱায়েকৰ নাম কি আছিল?
115.
View Answer
শংকৰদেৱৰ মৃত্যু হৈছিল
A. ১৫৭৮ খৃষ্টাব্দত
B. ১৫৬৮ খৃষ্টাব্দত
C. ১৫৫৮ খৃষ্টাব্দত
D. ১৫৭৯ খৃষ্টাব্দত
Answer : Option B
116.
তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়?
117.
মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা
118.
মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্বমূলক গ্রন্থ নহয়
119.
'গুণমালা' পুথিৰ আধাৰ গ্ৰন্থকি?
120.
তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগেই শংকৰদেৱৰ তিৰোধান হয়?