90 ExamPoint | Assam Direct Recruitment MCQs

91.  
'মৰমৰ দেউতা' হ’ল

A. এখন গল্পপুথি

B. এখন শিশু উপন্যাস

C. এখন একাংকিকা নাটক

D. এখন মাহেকীয়া কাকত

Answer : Option B

View Answer

92.  
তলৰ কোন দুখন গল্পপুথি ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা

A. গহ্ণৰ আৰু শব্দ

B. প্ৰহৰী আৰু সপোন

C. বৃন্দাবন আৰু কাশী

D. সেন্দূৰ আৰু শৃংখল

Answer : Option D

View Answer

93.  
'ৰম্যভূমি' উপন্যাসখনৰ ৰচক হ’ল

A. পদ্মনাথ গোহাঞি বৰুৱা

B. লক্ষ্মীনাথ বেজবৰুৱা

C. ড° ভবেন্দ্ৰ নাথ শইকীয়া

D. হেম বৰুৱা

Answer : Option C

View Answer

94.  
ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা নাটকখন হৈছে

A. শাস্ত-শিষ্ট-দুষ্ট-পুষ্ট-হৃষ্ট-পিষ্ট

B. শান্ত-দুষ্ট-হৃষ্ট-পুষ্ট-শিষ্ট-পিষ্ট

C. শাস্ত-শিষ্ট-মহাদুষ্ট-হৃষ্ট-পুষ্ট

D. শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট

Answer : Option D

View Answer

95.  
ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল?

A. ৰামধেনু

B. উদয়

C. আবাহন

D. জয়ন্তী

Answer : Option B

View Answer

96.  
ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচিত্ৰখন হ’ল

A. অন্তৰীপ

B. তৰংগ

C. ইতিহাস

D. সন্ধ্যাৰাগ

Answer : Option D

View Answer

97.  
তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?

A. ড° নিৰ্মলপ্ৰভা বৰদলৈ

B. হেম বৰুৱা

C. ড° ভবেন্দ্ৰ নাথ শইকীয়া

D. ড° লক্ষ্মীনন্দন বৰা

Answer : Option C

View Answer

98.  
ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হ’ল

A. গৰীয়সী

B. প্ৰকাশ

C. প্ৰান্তিক

D. সূত্ৰধাৰ

Answer : Option C

View Answer

99.  
ড° নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতাপুথি হৈছে

A. দিনৰ পিছত দিন

B. অন্তৰঙ্গ

C. সমীপেষু

D. বন ফৰিঙৰ ৰং

Answer : Option D

View Answer

100.  
ড° নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথি হৈছে

A. সোণবৰণীয়া আই, বন ফৰিঙৰ ৰং

B. সোণবৰণীয়া আই, সুৰীয়া মাত

C. সমীপেষু, সোণবৰণীয়া আই

D. বন ফৰিঙৰ ৰং, সুৰীয়া মাত

Answer : Option B

View Answer