অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
91.
View Answer
'মৰমৰ দেউতা' হ’ল
A. এখন গল্পপুথি
B. এখন শিশু উপন্যাস
C. এখন একাংকিকা নাটক
D. এখন মাহেকীয়া কাকত
Answer : Option B
92.
View Answer
তলৰ কোন দুখন গল্পপুথি ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা
A. গহ্ণৰ আৰু শব্দ
B. প্ৰহৰী আৰু সপোন
C. বৃন্দাবন আৰু কাশী
D. সেন্দূৰ আৰু শৃংখল
Answer : Option D
93.
View Answer
'ৰম্যভূমি' উপন্যাসখনৰ ৰচক হ’ল
A. পদ্মনাথ গোহাঞি বৰুৱা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. ড° ভবেন্দ্ৰ নাথ শইকীয়া
D. হেম বৰুৱা
Answer : Option C
94.
View Answer
ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা নাটকখন হৈছে
A. শাস্ত-শিষ্ট-দুষ্ট-পুষ্ট-হৃষ্ট-পিষ্ট
B. শান্ত-দুষ্ট-হৃষ্ট-পুষ্ট-শিষ্ট-পিষ্ট
C. শাস্ত-শিষ্ট-মহাদুষ্ট-হৃষ্ট-পুষ্ট
D. শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট
Answer : Option D
95.
ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল?
96.
ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচিত্ৰখন হ’ল
97.
View Answer
তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?
A. ড° নিৰ্মলপ্ৰভা বৰদলৈ
B. হেম বৰুৱা
C. ড° ভবেন্দ্ৰ নাথ শইকীয়া
D. ড° লক্ষ্মীনন্দন বৰা
Answer : Option C
98.
ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হ’ল
99.
ড° নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতাপুথি হৈছে
100.
View Answer
ড° নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথি হৈছে
A. সোণবৰণীয়া আই, বন ফৰিঙৰ ৰং
B. সোণবৰণীয়া আই, সুৰীয়া মাত
C. সমীপেষু, সোণবৰণীয়া আই
D. বন ফৰিঙৰ ৰং, সুৰীয়া মাত
Answer : Option B