অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
81.
'জাৰৰ দিনৰ সপোন' শীৰ্ষক কবিতাটিৰ ৰচক হ’ল
82.
View Answer
তলৰ কোনগৰাকী কবি এগৰাকী কৃতী সাংসদ আছিল?
A. নিৰ্মলপ্ৰভা বৰদলৈ
B. হেম বৰুৱা
C. পদ্মনাথ গোহাঞি বৰুৱা
D. চন্দ্ৰকুমাৰ আগৰৱালা
Answer : Option B
83.
View Answer
হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হ'ল
A. পছোৱা আৰু জয়ন্তী
B. আবাহন আৰু ৰামধেনু
C. পছোৱা আৰু আসাম এক্সপ্ৰেছ
D. জয়ন্তী আৰু আসাম এক্সপ্ৰেছ
Answer : Option C
84.
View Answer
হেম বৰুৱাই সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ অধিবেশনত
A. বৰপেটা অধিবেশনত
B. ধুবুৰী অধিবেশনত
C. গুবাহাটী অধিবেশনত
D. নগাঁও অধিবেশনত
Answer : Option B
85.
'কন্নকী' গ্ৰন্থৰ অনুবাদক হল
86.
তলত উল্লিখিত কোনখন হেম বৰুৱাৰ অনূদিত গ্ৰন্থ ?
87.
View Answer
'মেকং নৈ দেখিলো' কাৰ ৰচনা ?
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. নিৰ্মলপ্ৰভা বৰদলৈ
C. লক্ষ্মীনাথ বেজবৰুৱা
D. হেম বৰুৱা
Answer : Option D
88.
View Answer
তলত উল্লিখিত কোনখন গ্ৰন্থ হেম বৰুৱাৰ ৰচনা ?
A. The Red River and the Blue Hill
B. The Blue River and the Red Hill
C. The Blue River and the Green Hill
D. The White River and the Blue Hill
Answer : Option A
89.
ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনী খন হল
90.
View Answer
আতংকৰ শেষত ডিটেক্টিভ উপন্যাসখন কাৰ ৰচনা?
A. ড° ভবেন্দ্ৰ নাথ শইকীয়া
B. ৰঞ্জু হাজৰিকা
C. পদ্ম বৰকটকী
D. পদ্মনাথ গোহাঞি বৰুৱা
Answer : Option A