80 ExamPoint | Assam Direct Recruitment MCQs

81.  
'জাৰৰ দিনৰ সপোন' শীৰ্ষক কবিতাটিৰ ৰচক হ’ল

A. হেমবৰুৱা

B. নৱকান্ত বৰুৱা

C. নিৰ্মলপ্ৰভা বৰদলৈ

D. হীৰেন ভট্টাচাৰ্য

Answer : Option A

View Answer

82.  
তলৰ কোনগৰাকী কবি এগৰাকী কৃতী সাংসদ আছিল?

A. নিৰ্মলপ্ৰভা বৰদলৈ

B. হেম বৰুৱা

C. পদ্মনাথ গোহাঞি বৰুৱা

D. চন্দ্ৰকুমাৰ আগৰৱালা

Answer : Option B

View Answer

83.  
হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হ'ল

A. পছোৱা আৰু জয়ন্তী

B. আবাহন আৰু ৰামধেনু

C. পছোৱা আৰু আসাম এক্সপ্ৰেছ

D. জয়ন্তী আৰু আসাম এক্সপ্ৰেছ

Answer : Option C

View Answer

84.  
হেম বৰুৱাই সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ অধিবেশনত

A. বৰপেটা অধিবেশনত

B. ধুবুৰী অধিবেশনত

C. গুবাহাটী অধিবেশনত

D. নগাঁও অধিবেশনত

Answer : Option B

View Answer

85.  
'কন্নকী' গ্ৰন্থৰ অনুবাদক হল

A. হেম বৰুৱা

B. নৱকান্ত বৰুৱা

C. হেমচন্দ্ৰ বৰুৱা

D. দেৱকান্ত বৰুৱা

Answer : Option A

View Answer

86.  
তলত উল্লিখিত কোনখন হেম বৰুৱাৰ অনূদিত গ্ৰন্থ ?

A. কিউপিড আৰু ছাইকী

B. মন ময়ুৰী

C. মমতাৰ চিঠি

D. এখন চিঠি

Answer : Option A

View Answer

87.  
'মেকং নৈ দেখিলো' কাৰ ৰচনা ?

A. চন্দ্ৰকুমাৰ আগৰৱালা

B. নিৰ্মলপ্ৰভা বৰদলৈ

C. লক্ষ্মীনাথ বেজবৰুৱা

D. হেম বৰুৱা

Answer : Option D

View Answer

88.  
তলত উল্লিখিত কোনখন গ্ৰন্থ হেম বৰুৱাৰ ৰচনা ?

A. The Red River and the Blue Hill

B. The Blue River and the Red Hill

C. The Blue River and the Green Hill

D. The White River and the Blue Hill

Answer : Option A

View Answer

89.  
ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনী খন হল

A. মৌচাক

B. সঁফুৰা

C. ৰংমন

D. প্ৰান্তিক

Answer : Option B

View Answer

90.  
আতংকৰ শেষত ডিটেক্‌টিভ উপন্যাসখন কাৰ ৰচনা?

A. ড° ভবেন্দ্ৰ নাথ শইকীয়া

B. ৰঞ্জু হাজৰিকা

C. পদ্ম বৰকটকী

D. পদ্মনাথ গোহাঞি বৰুৱা

Answer : Option A

View Answer