অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
71.
পদ্মনাথ গোহাঞি বৰুন্বাৰ ধেমেলীয়া নাটকখন হ’ল
72.
পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী উপন্যাসখন প্রকাশ পোৱা কাকতখন হ’ল
73.
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন ?
74.
View Answer
অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন হ’ল
A. পদ্মনাথ গৌহাঞি বৰুৱা
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. লক্ষ্মীনাথ বেজবৰুৱা
D. ৰঘুনাথ চৌধাৰী
Answer : Option A
75.
পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্ত্তিস্বম্তস্বৰূপ গ্ৰন্থখন হৈছে
76.
'ফুলৰ চানেকী' হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ
77.
View Answer
লীলা কাব্যৰ ৰচক হ’ল
A. হেম বৰুৱা
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. লক্ষ্মীনাথ বেজবৰুৱা
D. পদ্মনাথ গোহাঞি বৰুৱা
Answer : Option D
78.
View Answer
'উৰ্মিলা' শীৰ্ষক কবিতাটোৰ ৰচক হ'ল
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. পদ্মনাথ গোহাঞি বৰুৱা
D. নিৰ্মলপ্রভা বৰদলৈ
Answer : Option C
79.
হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হ'ল
80.
হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভকৰে ?