অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
61.
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখন হ’ল
62.
View Answer
১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল
A. চন্দ্ৰকুমাৰ আগৰৱালাই
B. হেমবৰুৱাই
C. বিৰিঞ্চি কুমাৰ বৰুৱা
D. লক্ষ্মীনাথ বেজবৰুৱা
Answer : Option D
63.
View Answer
'মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ' গ্ৰস্থৰ প্ৰণেতা হ’ল
A. লক্ষ্মীনাথ বেজবৰুৱা
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. পদ্মনাথ গোহাঞি বৰুৱা
D. নলিনী বালা দেৱী
Answer : Option A
64.
'জুনুকা' হৈছে লক্ষ্মীনাথ বেজবৰূৱাৰ
65.
View Answer
'ভদৰী' হ'ল
A. বেজবৰুৱাৰ চুটি গল্প
B. বেজবৰুৱাৰ নাটক
C. বেজবৰুৱাৰ উপন্যাস
D. বেজবৰুৱাৰ উপন্যাসৰ এটি চৰিত্ৰ
Answer : Option A
66.
বেজবৰুৱাই ৰচনা কৰা কোনটো কবিতা কাহিনী-গীত বা মালিতাৰ লগত সম্পৰ্কিত
67.
বুৰঞ্জীৰ আধাৰত ৰচিত বেজবৰুৱাৰ এখন নাটক হ'ল
68.
View Answer
'অসম সঙ্গীত' টোৰ ৰচক হৈছে
A. ৰঘুনাথ চৌধাৰী
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. মিত্ৰদেৱ মহন্ত
D. লক্ষ্মীনাথ বেজবৰুৱা
Answer : Option D
69.
তলৰ কোনখন ৰচনা পদ্মনাথ গোহাঞি বৰুৱাৰ নহয়?
70.
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে