60 ExamPoint | Assam Direct Recruitment MCQs

61.  
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখন হ’ল

A. লিতিকাই

B. কদমকলি

C. জোনবিৰি

D. কেহোঁকলি

Answer : Option B

View Answer

62.  
১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল

A. চন্দ্ৰকুমাৰ আগৰৱালাই

B. হেমবৰুৱাই

C. বিৰিঞ্চি কুমাৰ বৰুৱা

D. লক্ষ্মীনাথ বেজবৰুৱা

Answer : Option D

View Answer

63.  
'মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ' গ্ৰস্থৰ প্ৰণেতা হ’ল

A. লক্ষ্মীনাথ বেজবৰুৱা

B. চন্দ্ৰকুমাৰ আগৰৱালা

C. পদ্মনাথ গোহাঞি বৰুৱা

D. নলিনী বালা দেৱী

Answer : Option A

View Answer

64.  
'জুনুকা' হৈছে লক্ষ্মীনাথ বেজবৰূৱাৰ

A. গল্প পুথি

B. শিশু সাহিত্য

C. কবিতাপুথি

D. হাস্যৰসাত্মক নাটক

Answer : Option B

View Answer

65.  
'ভদৰী' হ'ল

A. বেজবৰুৱাৰ চুটি গল্প

B. বেজবৰুৱাৰ নাটক

C. বেজবৰুৱাৰ উপন্যাস

D. বেজবৰুৱাৰ উপন্যাসৰ এটি চৰিত্ৰ

Answer : Option A

View Answer

66.  
বেজবৰুৱাই ৰচনা কৰা কোনটো কবিতা কাহিনী-গীত বা মালিতাৰ লগত সম্পৰ্কিত

A. বীণব’ৰাগী

B. প্রিয়তমাৰ সৌন্দৰ্য

C. মালতী

D. ৰতনীৰ বেজাৰ

Answer : Option D

View Answer

67.  
বুৰঞ্জীৰ আধাৰত ৰচিত বেজবৰুৱাৰ এখন নাটক হ'ল

A. পাচনি

B. পদুম কুঁৱৰী

C. জয়মতী কুঁৱৰী

D. মলক গুইন গুইন

Answer : Option C

View Answer

68.  
'অসম সঙ্গীত' টোৰ ৰচক হৈছে

A. ৰঘুনাথ চৌধাৰী

B. চন্দ্ৰকুমাৰ আগৰৱালা

C. মিত্ৰদেৱ মহন্ত

D. লক্ষ্মীনাথ বেজবৰুৱা

Answer : Option D

View Answer

69.  
তলৰ কোনখন ৰচনা পদ্মনাথ গোহাঞি বৰুৱাৰ নহয়?

A. লাচিত বৰফুকন

B. সাধনী

C. জয়মতী

D. চক্ৰধ্বজ সিংহ

Answer : Option D

View Answer

70.  
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে

A. মহৰী

B. নোমল

C. নোমল

D. টেটোন তামূলী

Answer : Option C

View Answer