অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
41.
View Answer
শংকৰ-মাধৱৰ মিলনক কোনে ʼমণিকাঞ্চন সংযোগʼ আখ্যা দিছে?
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. পদ্মনাথ গোহাঞি বৰুৱা
D. হেমচন্দ্ৰ গোস্বামী
Answer : Option B
42.
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ ?
43.
মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে
44.
নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে
45.
মাধৱদেৱৰ লীলাবিষয়ক গীতখিনিৰ এটি বিষয় হৈছে
46.
View Answer
মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে
A. ভক্তিৰত্নাকৰ গ্ৰন্থৰ পৰা
B. কৃষ্ণকৰ্ণামৃত গ্ৰন্থপৰা
C. ব্ৰহ্মবৈৱৰ্ত্তপুৰাণৰপৰা
D. বিষ্ণুপুৰাণৰ পৰা
Answer : Option B
47.
মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে
48.
মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে
49.
View Answer
শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ’ল
A. এওঁৰ নাট ব্ৰজাৱলী ভাষাত ৰচিত
B. মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ
C. মাধৱদেৱৰ নাটত বিভিন্ন ৰসৰ সমাহাৰ'হৈছে
D. মাধৱদেৱৰ নাটত সংস্কৃত শ্লোকৰ প্ৰয়োগ দেখা যায়
Answer : Option B
50.
View Answer
"নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে" এইষাৰ কাৰ উক্তি ?
A. ড° মহেশ্বৰ নেওগ
B. তীৰ্থনাথ শৰ্মা
C. ড° বাণীকান্ত কাকতি
D. ড° সত্যেন্দ্ৰনাথ শৰ্মা
Answer : Option C