40 ExamPoint | Assam Direct Recruitment MCQs

41.  
শংকৰ-মাধৱৰ মিলনক কোনে ʼমণিকাঞ্চন সংযোগʼ আখ্যা দিছে?

A. চন্দ্ৰকুমাৰ আগৰৱালা

B. লক্ষ্মীনাথ বেজবৰুৱা

C. পদ্মনাথ গোহাঞি বৰুৱা

D. হেমচন্দ্ৰ গোস্বামী

Answer : Option B

View Answer

42.  
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ ?

A. ৰাজসূয় কাব্য

B. জন্ম ৰহস্য

C. অৰ্জুন ভঞ্জন

D. নামঘোষা

Answer : Option D

View Answer

43.  
মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে

A. আদিকাণ্ড

B. অৰণ্যকাণ্ড

C. কিষ্কিন্ধাকাণ্ড

D. উত্তৰকাণ্ড

Answer : Option A

View Answer

44.  
নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে

A. স্মৰণ

B. বন্দন

C. কীৰ্ত্তন

D. অৰ্চন

Answer : Option C

View Answer

45.  
মাধৱদেৱৰ লীলাবিষয়ক গীতখিনিৰ এটি বিষয় হৈছে

A. বিৰহ

B. পৰমাৰ্থ

C. বিৰক্তি

D. চলন

Answer : Option D

View Answer

46.  
মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে

A. ভক্তিৰত্নাকৰ গ্ৰন্থৰ পৰা

B. কৃষ্ণকৰ্ণামৃত গ্ৰন্থপৰা

C. ব্ৰহ্মবৈৱৰ্ত্তপুৰাণৰপৰা

D. বিষ্ণুপুৰাণৰ পৰা

Answer : Option B

View Answer

47.  
মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে

A. ৰাজভটিমা

B. নাটকীয়ভটিমা

C. গুৰু ভটিমা

D. দেৱ ভটিমা

Answer : Option C

View Answer

48.  
মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে

A. চোৰধৰা

B. অৰ্জুন ভঞ্জন

C. ভূমি লেটোৱা

D. ভোজন বেহাৰ

Answer : Option B

View Answer

49.  
শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ’ল

A. এওঁৰ নাট ব্ৰজাৱলী ভাষাত ৰচিত

B. মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ

C. মাধৱদেৱৰ নাটত বিভিন্ন ৰসৰ সমাহাৰ'হৈছে

D. মাধৱদেৱৰ নাটত সংস্কৃত শ্লোকৰ প্ৰয়োগ দেখা যায়

Answer : Option B

View Answer

50.  
"নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে" এইষাৰ কাৰ উক্তি ?

A. ড° মহেশ্বৰ নেওগ

B. তীৰ্থনাথ শৰ্মা

C. ড° বাণীকান্ত কাকতি

D. ড° সত্যেন্দ্ৰনাথ শৰ্মা

Answer : Option C

View Answer