50 ExamPoint | Assam Direct Recruitment MCQs

51.  
জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হ’ল

A. লক্ষ্মীনাথ বেজবৰুৱা

B. চন্দ্ৰকুমাৰ আগৰৱালা

C. পদ্মনাথ গোহাঞিবৰুৱা

D. হেমচন্দ্ৰ গোস্বামী

Answer : Option B

View Answer

52.  
চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্রথমটো ৰোমাণ্টিক কবিতা হৈছে

A. প্রতিমা

B. বনকুঁৱৰী

C. জলকুঁৱৰী

D. বীণবʼৰাগী

Answer : Option B

View Answer

53.  
'প্রতিমাখন সৰু কিন্তু নিভাজ সোণৰ' - চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি?

A. লক্ষ্মীনাথ বেজবৰুৱা

B. ড০ বাণীকান্ত কাকতি

C. ড০ মহেশ্বৰ নেওগ

D. সত্যনাথ বৰা

Answer : Option A

View Answer

54.  
চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতাপুথি হৈছে

A. প্রতিমা

B. কদমকলি

C. বীণব'ৰাগী

D. জুনুকা

Answer : Option C

View Answer

55.  
'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?

A. চন্দ্ৰকুমাৰ আগৰৱালা

B. লক্ষ্মীনাথ বেজবৰুৱা

C. ৰঘুনাথ চৌধুৰী

D. নলিনীবালা দেৱী

Answer : Option A

View Answer

56.  
১৯১৮ চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে

A. জোনাকী

B. অসমীয়া

C. মৌ

D. বিজুলী

Answer : Option B

View Answer

57.  
তলৰ কোনটো কবিতা চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা নাই

A. মাধুৰী

B. তেজীমলা

C. অজেয়

D. প্ৰিয়তমাৰ চিঠি

Answer : Option D

View Answer

58.  
মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এটি কবিতা হ’ল

A. নঙঠা ফকিৰ

B. মানৱ বন্দনা

C. আনন্দতীৰ্থ

D. চিৰলগৰীয়া

Answer : Option A

View Answer

59.  
চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত ?

A. সন্ধিয়া

B. মাধুৰী

C. অকলশৰীয়া

D. তেজীমলা

Answer : Option D

View Answer

60.  
তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক নহয়?

A. কদমকলি

B. বেলিমাৰ

C. নোমল

D. পাতনি

Answer : Option A

View Answer