অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
51.
View Answer
জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হ’ল
A. লক্ষ্মীনাথ বেজবৰুৱা
B. চন্দ্ৰকুমাৰ আগৰৱালা
C. পদ্মনাথ গোহাঞিবৰুৱা
D. হেমচন্দ্ৰ গোস্বামী
Answer : Option B
52.
চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্রথমটো ৰোমাণ্টিক কবিতা হৈছে
53.
View Answer
'প্রতিমাখন সৰু কিন্তু নিভাজ সোণৰ' - চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি?
A. লক্ষ্মীনাথ বেজবৰুৱা
B. ড০ বাণীকান্ত কাকতি
C. ড০ মহেশ্বৰ নেওগ
D. সত্যনাথ বৰা
Answer : Option A
54.
চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতাপুথি হৈছে
55.
View Answer
'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?
A. চন্দ্ৰকুমাৰ আগৰৱালা
B. লক্ষ্মীনাথ বেজবৰুৱা
C. ৰঘুনাথ চৌধুৰী
D. নলিনীবালা দেৱী
Answer : Option A
56.
১৯১৮ চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে
57.
তলৰ কোনটো কবিতা চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা নাই
58.
মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এটি কবিতা হ’ল
59.
চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত ?
60.
তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক নহয়?