30 ExamPoint | Assam Direct Recruitment MCQs

31.  
কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়?

A. ১৯৩৩

B. ১৯৩৯

C. ১৯৪৭

D. ১৯৩২

Answer : Option A

View Answer

32.  
ড° ভবেদ্ৰ নাথ শইকীয়াই লিখা উপন্যাস খনৰ নাম

A. মৃত্যুঞ্জয়

B. গঙ্গা চিলনীৰ পাখি

C. অন্তৰীপ

D. জীৱনৰ বাটত

Answer : Option C

View Answer

33.  
শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি?

A. মাধৱ কন্দলি

B. মহেন্দ্ৰ কন্দলি

C. অনন্ত কন্দলি

D. শ্ৰীধৰ কন্দলি

Answer : Option B

View Answer

34.  
শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে?

A. আদিকাণ্ড

B. অযোধ্যাকাণ্ড

C. লংকাকাণ্ড

D. উত্তৰকাণ্ড

Answer : Option D

View Answer

35.  
শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি?

A. কীৰ্ত্তন

B. ভক্তিৰত্নাকৰ

C. নিমি নৱ সিদ্ধসংবাদ

D. গুণমালা

Answer : Option B

View Answer

36.  
শংকৰদেৱৰ কোনখন গ্ৰন্থক ‘অসমৰ মৌচাক’ বুলি কোৱা হয়?

A. কুৰুক্ষেত্ৰ

B. ভক্তি প্ৰদীপ

C. ৰামবিজয়

D. কীৰ্তন

Answer : Option D

View Answer

37.  
শংকৰদেৱৰ বৰগীতক কোনে ʼNoble numbers’ আখ্যা দিছে?

A. ড° বাণীকান্ত কাকতি

B. ড° সূৰ্যকুমাৰ ভূঞা

C. কালিৰাম মেধি

D. ড° মহেশ্বৰ নেওগ

Answer : Option A

View Answer

38.  
শংকৰদেৱৰ অঙ্কীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই?

A. ওজাপালি

B. মহো হো

C. পুতলানাচ

D. ডুলীয়া

Answer : Option B

View Answer

39.  
শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি?

A. কেলিগোপাল

B. কালিয়দমন

C. ৰামবিজয়

D. ৰুক্মিণী হৰণ

Answer : Option C

View Answer

40.  
শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে

A. ৫ খন

B. ৬ খন

C. ৭ খন

D. ৪ খন

Answer : Option B

View Answer