অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
31.
কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়?
32.
ড° ভবেদ্ৰ নাথ শইকীয়াই লিখা উপন্যাস খনৰ নাম
33.
শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি?
34.
শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে?
35.
শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি?
36.
শংকৰদেৱৰ কোনখন গ্ৰন্থক ‘অসমৰ মৌচাক’ বুলি কোৱা হয়?
37.
View Answer
শংকৰদেৱৰ বৰগীতক কোনে ʼNoble numbers’ আখ্যা দিছে?
A. ড° বাণীকান্ত কাকতি
B. ড° সূৰ্যকুমাৰ ভূঞা
C. কালিৰাম মেধি
D. ড° মহেশ্বৰ নেওগ
Answer : Option A
38.
শংকৰদেৱৰ অঙ্কীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই?
39.
শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি?
40.
শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে