অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
11.
ʼগুণমালা’ কাব্য কি ছন্দত ৰচা?
12.
মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা
13.
কীৰ্ত্তন'ৰ ৰচক কোন?
14.
শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
15.
মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্রন্থখন কি?
16.
মাধৱদেৱৰ নাটবোৰক কি বোলে?
17.
মাধৱদেৱৰ এখন তত্বমূলক গ্ৰন্থ হ’ল
18.
চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?
19.
চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায়?
20.
চন্দ্ৰকুমাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?