20 ExamPoint | Assam Direct Recruitment MCQs

21.  
চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য?

A. প্রথম ৰোমান্টিক কবি

B. প্ৰথম দেশপ্ৰেমূলক কবিতাৰ ৰচক

C. অংকীয়া নাটৰ স্ৰষ্টা

D. প্রথম তত্বমূলক গ্ৰন্থৰ ৰচক

Answer : Option A

View Answer

22.  
অ.ভা.উ.সা. সভাৰ এজন প্ৰধান উপদেষ্টা কোন?

A. কমলাকান্ত ভটাচাৰ্য

B. পদ্মনাথ গোহাঞিবৰুৱা

C. ৰজনীকান্ত বৰদলৈ

D. সূৰ্যকুমাৰ ভূঞা

Answer : Option B

View Answer

23.  
‘ভানুমতী’ উপন্যাসৰ ৰচক কোন?

A. লক্ষ্মীনাথ বেজবৰুনা

B. ৰজনীকান্তবৰদলৈ

C. পদ্মনাথ গোহাঞিবৰুৱা

D. দণ্ডিনাথ কলিতা

Answer : Option C

View Answer

24.  
বিজুলী কাকতৰ সম্পাদক কোন আছিল?

A. অম্বিকাগিৰী ৰায়চৌধুৰী

B. সত্যনাথ বৰা

C. পদ্মনাথ গোহাঞিবৰুৱা

D. গুণাভিৰাম বৰুৱা

Answer : Option C

View Answer

25.  
লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?

A. দীননাথ বেজবৰুৱা

B. মাধৱ চন্দ্ৰ বেজবৰুৱা (গ)

C. হেমচন্দ্ৰ বৰুৱা

D. নাৰায়ণ বেজবৰুৱা

Answer : Option A

View Answer

26.  
বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?

A. পদুম কুঁৱৰী

B. মিৰি জীয়ৰী

C. দন্দুৱা দ্ৰোহ

D. লাহৰী

Answer : Option A

View Answer

27.  
বেজবৰুৱা কোন সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হয়?

A. ধুবুৰী অমিবেশনৰ

B. তেজপুৰ অধিবেশনৰ

C. গুৱাহাটী অধিবেশনৰ

D. দুধনৈ অধিবেশনৰ

Answer : Option C

View Answer

28.  
বেজবৰুৱাৰ তত্বমূলক গ্ৰন্থখনৰ নাম কি?

A. কদম কলি

B. সুৰভি

C. তত্ত্বকথা

D. বৰবৰুৱাৰ ওভতনি

Answer : Option C

View Answer

29.  
তলৰ মন্তব্যবোৰৰ কোনটো সঁচা?

A. জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱ-ৰূপাস্তৰ আনে।

B. বেজবৰুৱাই প্ৰথমতে সুখাস্তক নাটক ‘চক্ৰধ্বজ সিংহ’ ৰচনা কৰে।

C. জোনাকীৰ এজন ৰূপকাৰ আছিল কমলাকান্ত ভট্টাচাৰ্য

D. ৰসৰাজ উপাধিৰে পৰিচিত লিখকজন হ’ল হেমচন্দ্ৰ বৰুৱা

Answer : Option A

View Answer

30.  
ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম

A. বন ফৰিঙৰ ৰঙ

B. হে অৰণ্য হে মহানগৰ

C. ধৃতৰাষ্ট্ৰ

D. পাপৰি

Answer : Option A

View Answer