অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
101.
তলৰ কোনখন গ্ৰন্থ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?
102.
ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্য অʼকাডেমী বঁটা লাভ কৰা গ্ৰন্থখন হৈছে
103.
View Answer
নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
A. গুৱাহাটী অধিৱেশনত
B. বৰপেটা অধিৱেশনত
C. দুধনৈ অধিবেশনত
D. মৰিগাঁও অধিৱেশনত
Answer : Option C
104.
View Answer
তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?
A. অসমৰ সংস্কৃতি
B. লোক সংস্কৃতিৰ আভাস
C. সংস্কৃতি আৰু লোকসংস্কৃতি
D. অসমৰ লোকসংস্কৃতি
Answer : Option D
105.
মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল
106.
View Answer
বাৰ বছৰ বয়সত শংকৰদেৱক কাৰ টোলত পঢ়াবলৈ পঠোৱা হৈছিল?
A. অনন্ত কন্দলিৰ
B. ব্ৰজেন্দ্ৰ কন্দলিৰ
C. মহেন্ত্ৰ কন্দলিৰ
D. নৰেন্দ্ৰ কন্দলিৰ
Answer : Option C
107.
শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল
108.
জগদীশ মিশ্ৰই শংকৰদেৰক ক’ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল?
109.
শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল
110.
শংকৰদেৱ জীৱনৰ শেষছোৱা কটাইছিল