100 ExamPoint | Assam Direct Recruitment MCQs

101.  
তলৰ কোনখন গ্ৰন্থ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?

A. চন্দ্ৰ

B. ইন্দ্ৰ

C. কৃষ্ণ

D. সূৰ্য

Answer : Option D

View Answer

102.  
ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্য অʼকাডেমী বঁটা লাভ কৰা গ্ৰন্থখন হৈছে

A. বন ফৰিঙৰ ৰং

B. দিনৰ পাছত দিন

C. দেৱী

D. সূদীৰ্ঘ দিন আৰু ঋতু

Answer : Option D

View Answer

103.  
নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?

A. গুৱাহাটী অধিৱেশনত

B. বৰপেটা অধিৱেশনত

C. দুধনৈ অধিবেশনত

D. মৰিগাঁও অধিৱেশনত

Answer : Option C

View Answer

104.  
তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?

A. অসমৰ সংস্কৃতি

B. লোক সংস্কৃতিৰ আভাস

C. সংস্কৃতি আৰু লোকসংস্কৃতি

D. অসমৰ লোকসংস্কৃতি

Answer : Option D

View Answer

105.  
মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল

A. ১৪৫৯ চনত

B. ১৪৪৯ চনত

C. ১৪৬৯ চনত

D. ১৪৩৯ চনত

Answer : Option B

View Answer

106.  
বাৰ বছৰ বয়সত শংকৰদেৱক কাৰ টোলত পঢ়াবলৈ পঠোৱা হৈছিল?

A. অনন্ত কন্দলিৰ

B. ব্ৰজেন্দ্ৰ কন্দলিৰ

C. মহেন্ত্ৰ কন্দলিৰ

D. নৰেন্দ্ৰ কন্দলিৰ

Answer : Option C

View Answer

107.  
শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল

A. কালিন্দী আই

B. সূৰ্যৱতী

C. প্ৰিয়ম্বদা

D. নাৰায়ণী

Answer : Option B

View Answer

108.  
জগদীশ মিশ্ৰই শংকৰদেৰক ক’ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল?

A. বৰদোৱাত

B. মাজুলীত

C. বৰপেটাত

D. কোচবিহাৰত

Answer : Option A

View Answer

109.  
শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল

A. বৰদোৱাত

B. পাটবাউসীত

C. ধুৱাহাট-বেলগুৰিত

D. কোচবিহাৰত

Answer : Option C

View Answer

110.  
শংকৰদেৱ জীৱনৰ শেষছোৱা কটাইছিল

A. বাৰভূঞা ৰাজ্যত

B. আহোম ৰাজ্যত

C. কমতা ৰাজ্যত

D. কোচবিহাৰত

Answer : Option D

View Answer