120 ExamPoint | Assam Direct Recruitment MCQs

121.  
অসমীয়া নাট্য সাহিত্যৰ জনক কোন?

A. মাধৱ কন্দলি

B. মাধৱদেৱ

C. শংকৰদেৱ

D. ৰামচৰণ ঠাকুৰ

Answer : Option C

View Answer

122.  
'চিহ্নযাত্ৰা' ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল?

A. ৭ দিন ৭ ৰাতি

B. ৬ দিন ৬ ৰাতি

C. ৫ দিন ৫ ৰাতি

D. ৯ দিন ৯ ৰাতি

Answer : Option A

View Answer

123.  
শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল?

A. মগধী

B. ভোজপুৰী

C. ব্ৰজাৱলী

D. অৱধী

Answer : Option C

View Answer

124.  
ভটিমাসমূহ কি আছিল?

A. প্ৰশস্তি বা গুণগৰিমা প্রকাশক গীত

B. আধ্যাত্মিকভাবৰ গীত

C. দেহতত্বমূলক গীত

D. ধৰ্মীয় গীত

Answer : Option A

View Answer

125.  
শংকৰদেৱ-ৰচিত ৰাজ-ভটিমাৰ বিষয়বস্তু আছিল

A. আহোম ৰজাৰ প্ৰশস্তি

B. দুৰ্লভনাৰায়ণ ৰজাৰ প্ৰশস্তি

C. চিলাৰায়ৰ প্ৰশস্তি

D. কোচৰজা নৰনাৰায়ণৰ প্ৰশস্তি

Answer : Option D

View Answer

126.  
শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

A. দুই প্রকাৰৰ

B. তিনি প্রকাৰৰ

C. চাৰি প্রকাৰৰ

D. পাঁচ প্রকাৰৰ

Answer : Option B

View Answer

127.  
'বৰগীত' নামকৰণ কোনে কৰিছিল?

A. শংকৰদেৱে

B. মাধৱদেৱে

C. শংকৰ-মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই

D. ৰামদাসে

Answer : Option C

View Answer

128.  
'বৰগীত' সমূহক ʼNoble numbers’ আখ্যা কোনে দিছে?

A. কালিৰাম মেধিয়ে

B. বাণীকান্ত কাকতিয়ে

C. মহেশ্বৰ নেওগে

D. সত্যেন্দ্ৰনাথ শৰ্মাই

Answer : Option B

View Answer

129.  
তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল?

A. ১৪৬৯ খৃষ্টাব্দ

B. ১৪৭৯ খৃষ্টাব্দ

C. ১৪৮৯ খৃষ্টাব্দ

D. ১৪৯৯ খৃষ্টাব্দ

Answer : Option C

View Answer

130.  
কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ ‘বৰগীত’বোৰ জুইত পুৰি নষ্ট হৈছিল?

A. কমলা গায়নে

B. হৰি গায়নে

C. ৰামনাৰায়ণ গায়নে

D. কৃষ্ণৰাম গায়নে

Answer : Option A

View Answer