অসমীয়া সাধাৰণ জ্ঞান MCQ MCQ
121.
অসমীয়া নাট্য সাহিত্যৰ জনক কোন?
122.
'চিহ্নযাত্ৰা' ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল?
123.
শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল?
124.
View Answer
ভটিমাসমূহ কি আছিল?
A. প্ৰশস্তি বা গুণগৰিমা প্রকাশক গীত
B. আধ্যাত্মিকভাবৰ গীত
C. দেহতত্বমূলক গীত
D. ধৰ্মীয় গীত
Answer : Option A
125.
View Answer
শংকৰদেৱ-ৰচিত ৰাজ-ভটিমাৰ বিষয়বস্তু আছিল
A. আহোম ৰজাৰ প্ৰশস্তি
B. দুৰ্লভনাৰায়ণ ৰজাৰ প্ৰশস্তি
C. চিলাৰায়ৰ প্ৰশস্তি
D. কোচৰজা নৰনাৰায়ণৰ প্ৰশস্তি
Answer : Option D
126.
শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?
127.
'বৰগীত' নামকৰণ কোনে কৰিছিল?
128.
View Answer
'বৰগীত' সমূহক ʼNoble numbers’ আখ্যা কোনে দিছে?
A. কালিৰাম মেধিয়ে
B. বাণীকান্ত কাকতিয়ে
C. মহেশ্বৰ নেওগে
D. সত্যেন্দ্ৰনাথ শৰ্মাই
Answer : Option B
129.
View Answer
তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল?
A. ১৪৬৯ খৃষ্টাব্দ
B. ১৪৭৯ খৃষ্টাব্দ
C. ১৪৮৯ খৃষ্টাব্দ
D. ১৪৯৯ খৃষ্টাব্দ
Answer : Option C
130.
কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ ‘বৰগীত’বোৰ জুইত পুৰি নষ্ট হৈছিল?