1.  
১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

A. চাওলুং চুকাফা।

B. কুমাৰ ভাস্কৰ বৰ্মন।

C. তৰুণ ৰাম ফুকন।

D. পুৰন্দৰ সিংহ।

Answer : Option A

View Answer

2.  
হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

A. চাওলুং চুকাফা।

B. কুমাৰ ভাস্কৰ বৰ্মন।

C. তৰুণ ৰাম ফুকন।

D. পুৰন্দৰ সিংহ।

Answer : Option B

View Answer

3.  
অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

A. চাওলুং চুকাফা।

B. কুমাৰ ভাস্কৰ বৰ্মন।

C. তৰুণ ৰাম ফুকন।

D. পুৰন্দৰ সিংহ।

Answer : Option C

View Answer

4.  
আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

A. চাওলুং চুকাফা।

B. কুমাৰ ভাস্কৰ বৰ্মন।

C. তৰুণ ৰাম ফুকন।

D. পুৰন্দৰ সিংহ।

Answer : Option D

View Answer

5.  
কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

A. ১৯৬১ চনত

B. ১৮৮২ চনত

C. ১৯২১ চনত

D. ১৯০৩ চনত

Answer : Option A

View Answer

6.  
কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

A. ১৯৬১ চনত

B. ১৮৮২ চনত

C. ১৯২১ চনত

D. ১৯০৩ চনত

Answer : Option B

View Answer

7.  
কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

A. ১৯৬১ চনত

B. ১৮৮২ চনত

C. ১৯২১ চনত

D. ১৯০৩ চনত

Answer : Option C

View Answer

8.  
অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

A. বসন্ত দাস

B. চুকাফা

C. খৰ্গেশ্বৰ তালুকদাৰ

D. বীৰপাল

Answer : Option A

View Answer

9.  
অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

A. ১৯৬১ চনত

B. ১৮৮২ চনত

C. ১৯২১ চনত

D. ১৯০৩ চনত

Answer : Option D

View Answer

10.  
অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

A. ১৯৬১ চনত

B. ১৮৮২ চনত

C. ১৮২৩ চনত

D. ১৯০৩ চনত

Answer : Option C

View Answer