অসম ইতিহাস MCQ MCQ
1.
View Answer
১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?
A. চাওলুং চুকাফা।
B. কুমাৰ ভাস্কৰ বৰ্মন।
C. তৰুণ ৰাম ফুকন।
D. পুৰন্দৰ সিংহ।
Answer : Option A
2.
View Answer
হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
A. চাওলুং চুকাফা।
B. কুমাৰ ভাস্কৰ বৰ্মন।
C. তৰুণ ৰাম ফুকন।
D. পুৰন্দৰ সিংহ।
Answer : Option B
3.
View Answer
অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?
A. চাওলুং চুকাফা।
B. কুমাৰ ভাস্কৰ বৰ্মন।
C. তৰুণ ৰাম ফুকন।
D. পুৰন্দৰ সিংহ।
Answer : Option C
4.
View Answer
আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
A. চাওলুং চুকাফা।
B. কুমাৰ ভাস্কৰ বৰ্মন।
C. তৰুণ ৰাম ফুকন।
D. পুৰন্দৰ সিংহ।
Answer : Option D
5.
কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
6.
কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
7.
কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
8.
অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
9.
অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
10.
অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?