অসম ইতিহাস MCQ MCQ
11.
অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
12.
মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
13.
১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
14.
চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
15.
অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
16.
View Answer
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
A. গোপীনাথ বৰদলৈ
B. ৰেণুকা দেৱী বৰকটকী
C. ছৈয়দা আনোৱাৰা টাইমূৰ
D. ওপৰৰ এটাও নহয়
Answer : Option A
17.
View Answer
কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
A. গোপীনাথ বৰদলৈ
B. ৰেণুকা দেৱী বৰকটকী
C. ছৈয়দা আনোৱাৰা টাইমূৰ
D. ওপৰৰ এটাও নহয়
Answer : Option B
18.
আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
19.
View Answer
অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
A. গোপীনাথ বৰদলৈ
B. ৰেণুকা দেৱী বৰকটকী
C. ছৈয়দা আনোৱাৰা টাইমূৰ
D. ওপৰৰ এটাও নহয়
Answer : Option C
20.
আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?