10 ExamPoint | Assam Direct Recruitment MCQs

11.  
অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

A. বসন্ত দাস

B. চুকাফা

C. খৰ্গেশ্বৰ তালুকদাৰ

D. বীৰপাল

Answer : Option B

View Answer

12.  
মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

A. ১৪০৬ চনত

B. ১৩০৬ চনত

C. ১২০৬ চনত

D. ১২১২ চনত

Answer : Option C

View Answer

13.  
১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

A. বসন্ত দাস

B. চুকাফা

C. খৰ্গেশ্বৰ তালুকদাৰ

D. বীৰপাল

Answer : Option C

View Answer

14.  
চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

A. বসন্ত দাস

B. চুকাফা

C. খৰ্গেশ্বৰ তালুকদাৰ

D. বীৰপাল

Answer : Option D

View Answer

15.  
অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

A. নগাঁও

B. গুৱাহাটী

C. তেজপুৰ

D. যোৰহাট

Answer : Option B

View Answer

16.  
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

A. গোপীনাথ বৰদলৈ

B. ৰেণুকা দেৱী বৰকটকী

C. ছৈয়দা আনোৱাৰা টাইমূৰ

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

17.  
কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

A. গোপীনাথ বৰদলৈ

B. ৰেণুকা দেৱী বৰকটকী

C. ছৈয়দা আনোৱাৰা টাইমূৰ

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

18.  
আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

A. ১২৫৩ চনত

B. ১৬৮২ চনত

C. ১৫৪৮ চনত

D. ১৯২০ চনত

Answer : Option A

View Answer

19.  
অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

A. গোপীনাথ বৰদলৈ

B. ৰেণুকা দেৱী বৰকটকী

C. ছৈয়দা আনোৱাৰা টাইমূৰ

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

20.  
আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

A. ১২৫৩ চনত

B. ১৬৮২ চনত

C. ১৫৪৮ চনত

D. ১৯২০ চনত

Answer : Option B

View Answer