40 ExamPoint | Assam Direct Recruitment MCQs

41.  
অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

A. দেৱেশ্বৰ শৰ্মা

B. আকবৰ হাইদৰী

C. ভাস্কৰ বৰ্মন

D. কলোনেল কীটিং

Answer : Option C

View Answer

42.  
অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

A. দেৱেশ্বৰ শৰ্মা

B. আকবৰ হাইদৰী

C. ভাস্কৰ বৰ্মন

D. কলোনেল কীটিং

Answer : Option D

View Answer

43.  
'অভ্যন্তৰীণ সীমা আইন' কেতিয়া কাৰ্যকৰী কৰা হয়?

A. ১৯০১ চনত

B. ১৮৬৬ চনত

C. ১৮৭৩ চনত

D. ১৮৮৬ চনত

Answer : Option C

View Answer

44.  
কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

A. ১৯০১ চনত গুৱাহাটীৰ পাণ্ডুত

B. ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত

C. ১৯৩৯ চনত গোৱালপাৰাৰ পঞ্চৰত্নত

D. ১৮৮৬ চনত ধুবুৰীৰ বিদ্যাপাৰাত

Answer : Option B

View Answer

45.  
ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ 'সংগমস্থলী' বুলি কোৱা হয়?

A. দিহিং

B. দিবং

C. লোহিত নদী

D. ওপৰৰ গোটেই কেইটা

Answer : Option D

View Answer

46.  
আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

A. ১৬৮১ চনৰ পঞ্চৰত্ন নামৰ ঠাইত

B. ১৬৮১ চনৰ পাণ্ডু নামৰ ঠাইত

C. ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

47.  
গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

A. ১৯০১ চনত

B. ১৯৪৭ চনত

C. ১৯৪৮ চনত

D. ১৯৫১ চনত

Answer : Option C

View Answer

48.  
ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

A. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা

B. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চেনীজান চাহ বাগিছা

C. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত কাকোজান চাহ বাগিছা

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

49.  
অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

A. মহম্মদ ইবন বখ্তিয়া

B. বাবৰ

C. জাহাংগীৰ

D. ঔৰংজেৱ

Answer : Option A

View Answer