অসম ইতিহাস MCQ MCQ
41.
অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
42.
অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?
43.
'অভ্যন্তৰীণ সীমা আইন' কেতিয়া কাৰ্যকৰী কৰা হয়?
44.
View Answer
কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
A. ১৯০১ চনত গুৱাহাটীৰ পাণ্ডুত
B. ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত
C. ১৯৩৯ চনত গোৱালপাৰাৰ পঞ্চৰত্নত
D. ১৮৮৬ চনত ধুবুৰীৰ বিদ্যাপাৰাত
Answer : Option B
45.
ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ 'সংগমস্থলী' বুলি কোৱা হয়?
46.
View Answer
আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?
A. ১৬৮১ চনৰ পঞ্চৰত্ন নামৰ ঠাইত
B. ১৬৮১ চনৰ পাণ্ডু নামৰ ঠাইত
C. ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত
D. ওপৰৰ এটাও নহয়
Answer : Option C
47.
গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
48.
View Answer
ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
A. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা
B. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চেনীজান চাহ বাগিছা
C. ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত কাকোজান চাহ বাগিছা
D. ওপৰৰ এটাও নহয়
Answer : Option A
49.
অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?