অসম ইতিহাস MCQ MCQ
31.
অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
32.
View Answer
জয়দ'ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
A. স্বৰ্গদেউ ৰুদ্ৰসিংহ
B. ৰত্নধ্বজ সিংহ বা চুলিকফা
C. গৌৰীশংকৰ ভট্টাচাৰ্য
D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই
Answer : Option A
33.
অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
34.
আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
35.
১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?
36.
View Answer
অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
A. স্বৰ্গদেউ ৰুদ্ৰসিংহ
B. ৰত্নধ্বজ সিংহ বা চুলিকফা
C. গৌৰীশংকৰ ভট্টাচাৰ্য
D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই
Answer : Option B
37.
View Answer
স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
A. স্বৰ্গদেউ ৰুদ্ৰসিংহ
B. ৰত্নধ্বজ সিংহ বা চুলিকফা
C. গৌৰীশংকৰ ভট্টাচাৰ্য
D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই
Answer : Option C
38.
View Answer
অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?
A. স্বৰ্গদেউ ৰুদ্ৰসিংহ
B. ৰত্নধ্বজ সিংহ বা চুলিকফা
C. গৌৰীশংকৰ ভট্টাচাৰ্য
D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই
Answer : Option D
39.
স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
40.
অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?