30 ExamPoint | Assam Direct Recruitment MCQs

31.  
অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

A. ১৯০১ চনৰ পৰা

B. ১৮৬৬ চনৰ পৰা

C. ১৯৭৯ চনৰ পৰা

D. ১৮৮৬ চনৰ পৰা

Answer : Option D

View Answer

32.  
জয়দ'ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

A. স্বৰ্গদেউ ৰুদ্ৰসিংহ

B. ৰত্নধ্বজ সিংহ বা চুলিকফা

C. গৌৰীশংকৰ ভট্টাচাৰ্য

D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই

Answer : Option A

View Answer

33.  
অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

A. শিৱসাগৰ

B. ডিব্ৰুগড়

C. তিনিচুকীয়া

D. গুৱাহাটী

Answer : Option A

View Answer

34.  
আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

A. শিৱসাগৰত

B. ডিব্ৰুগড়ত

C. বশিষ্ঠাশ্ৰমত

D. ছয়গাঁওত

Answer : Option C

View Answer

35.  
১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

A. ডিগবৈ

B. নুনমাটি

C. বংগাইগাঁও

D. মৰনৈ

Answer : Option A

View Answer

36.  
অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

A. স্বৰ্গদেউ ৰুদ্ৰসিংহ

B. ৰত্নধ্বজ সিংহ বা চুলিকফা

C. গৌৰীশংকৰ ভট্টাচাৰ্য

D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই

Answer : Option B

View Answer

37.  
স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

A. স্বৰ্গদেউ ৰুদ্ৰসিংহ

B. ৰত্নধ্বজ সিংহ বা চুলিকফা

C. গৌৰীশংকৰ ভট্টাচাৰ্য

D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই

Answer : Option C

View Answer

38.  
অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

A. স্বৰ্গদেউ ৰুদ্ৰসিংহ

B. ৰত্নধ্বজ সিংহ বা চুলিকফা

C. গৌৰীশংকৰ ভট্টাচাৰ্য

D. শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই

Answer : Option D

View Answer

39.  
স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

A. দেৱেশ্বৰ শৰ্মা

B. আকবৰ হাইদৰী

C. ভাস্কৰ বৰ্মন

D. কলোনেল কীটিং

Answer : Option A

View Answer

40.  
অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

A. দেৱেশ্বৰ শৰ্মা

B. আকবৰ হাইদৰী

C. ভাস্কৰ বৰ্মন

D. কলোনেল কীটিং

Answer : Option B

View Answer