20 ExamPoint | Assam Direct Recruitment MCQs

21.  
অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

A. ১২৫৩ চনত

B. ১৬৮২ চনত

C. ১৫৪৮ চনত

D. ১৯২০ চনত

Answer : Option C

View Answer

22.  
অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

A. ১২৫৩ চনত

B. ১৬৮২ চনত

C. ১৫৪৮ চনত

D. ১৯২০ চনত

Answer : Option D

View Answer

23.  
গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

A. ১৯৪৮ চনত

B. ১৬৭১ চনত

C. ১৬৯৪ চনত

D. ১৮৪৭ চনত

Answer : Option A

View Answer

24.  
কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

A. ১৯৪৮ চনত

B. (খ) ১৬৭১ চনত

C. ১৬৯৪ চনত

D. ১৮৪৭ চনত

Answer : Option B

View Answer

25.  
অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

A. ১৯৪৮ চনত

B. ১৬৭১ চনত

C. ১৬৯৪ চনত

D. ১৮৪৭ চনত

Answer : Option C

View Answer

26.  
এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

A. ১৯০১ চনৰ পৰা

B. ১৮৬৬ চনৰ পৰা

C. ১৯৭৯ চনৰ পৰা

D. ১৮৮৬ চনৰ পৰা

Answer : Option A

View Answer

27.  
অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

A. ১৯৪৮ চনত

B. ১৬৭১ চনত

C. ১৬৯৪ চনত

D. ১৮৪৭ চনত

Answer : Option D

View Answer

28.  
"টেলিফোন" আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

A. ১৯০১ চনৰ পৰা

B. ১৮৬৬ চনৰ পৰা

C. ১৯৭৯ চনৰ পৰা

D. ১৮৮৬ চনৰ পৰা

Answer : Option B

View Answer

29.  
অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

A. ১৯০১ চনৰ পৰা

B. ১৮৬৬ চনৰ পৰা

C. ১৯৭৯ চনৰ পৰা

D. ১৮৮৬ চনৰ পৰা

Answer : Option C

View Answer

30.  
অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

A. ১৯০১ চনত

B. ১৯১৭ চনত

C. ১৯৭৯ চনত

D. ১৯৮৬ চনত

Answer : Option B

View Answer