1.  
সম্বন্ধবাচক পুৰুষ বিভক্তিক গোলোকচন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে?

A. পুৰুষবাচকবিভক্তি

B. সম্বন্ধবাচকবিভক্তি

C. সম্বন্ধবাচক পুৰুষ বিভক্তি

D. বিষেশণ সৰ্বনাম

Answer : Option A

View Answer

2.  
কোনটো শুদ্ধ লিখা

A. তোৰ দেউতাক

B. তোৰ দেউতাৰ

C. তোৰ বাপেৰ

D. আপোনাৰ দেউতাক

Answer : Option B

View Answer

3.  
সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

A. ৰমেশ পাঠক

B. গোলোক চন্দ্ৰ গোস্বামী

C. সত্যনাথ বৰা

D. হেমচন্দ্ৰ বৰুৱা

Answer : Option C

View Answer

4.  
পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

A. সঁচা

B. মিছা

C. ব্যাকৰণ মতে ভুল

D. অসমীয় ব্যাকৰণত ইয়াৰ ব্যৱহাৰ অচল

Answer : Option A

View Answer

5.  
আপুনিৰ লগত কি বিভক্তি লগ লাগে?

A. প্ৰথম পুৰুষৰ

B. তৃতীয় পুৰুষৰ

C. প্ৰথমা বিভক্তি

D. চতুৰ্থী বিভক্তি

Answer : Option B

View Answer

6.  
পুৰুষবাচক বিভক্তি কেইবিধ?

A. দুবিধ

B. তিনিবিধ

C. চাৰিবিধ

D. এবিধ

Answer : Option A

View Answer

7.  
কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-_

A. -ৰ

B. -ৰা

C. -ক

D. শূন্য বিভক্তি

Answer : Option A

View Answer

8.  
অসমীয়াত শব্দ বিভক্তি কেইবিধ?

A. সাত (7)

B. তিনি (3)

C. পাচ (5)

D. চাৰি (4)

Answer : Option A

View Answer

9.  
তৃতীয়া বিভক্তিৰ অনুসৰ্গ কি?

A.

B.

C.

D. দ্বাৰা

Answer : Option D

View Answer

10.  
সম্বোধনত কি বিভক্তি যোগ হয়?

A. প্ৰথমা

B. সপ্তমী

C. চতুৰ্থী

D. পঞ্চমী

Answer : Option A

View Answer