Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
1.
View Answer
সম্বন্ধবাচক পুৰুষ বিভক্তিক গোলোকচন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে?
A. পুৰুষবাচকবিভক্তি
B. সম্বন্ধবাচকবিভক্তি
C. সম্বন্ধবাচক পুৰুষ বিভক্তি
D. বিষেশণ সৰ্বনাম
Answer : Option A
2.
কোনটো শুদ্ধ লিখা
3.
View Answer
সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল
A. ৰমেশ পাঠক
B. গোলোক চন্দ্ৰ গোস্বামী
C. সত্যনাথ বৰা
D. হেমচন্দ্ৰ বৰুৱা
Answer : Option C
4.
View Answer
পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক
A. সঁচা
B. মিছা
C. ব্যাকৰণ মতে ভুল
D. অসমীয় ব্যাকৰণত ইয়াৰ ব্যৱহাৰ অচল
Answer : Option A
5.
আপুনিৰ লগত কি বিভক্তি লগ লাগে?
7.
কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-_
8.
অসমীয়াত শব্দ বিভক্তি কেইবিধ?
10.
সম্বোধনত কি বিভক্তি যোগ হয়?