20 ExamPoint | Assam Direct Recruitment MCQs

21.  
তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা-

A. তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা

B. তোমাৰ মা এগৰাকী সাদৰী মহিলা

C. তোমাৰ মাক এগৰাকী সাদৰী মহিলা

D. তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা

Answer : Option A

View Answer

22.  
অসমীয়া ভাষাৰ নিত্য-বৰ্তমান কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি হৈছে

A. -ওঁ

B. -অক

C. -অ

D. -এ

Answer : Option D

View Answer

23.  
অসমীয়া স্বৰূপভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়াবিভক্তি-

A. -ইলো

B. -ইলা

C. -ইলি

D. -ইলে

Answer : Option C

View Answer

24.  
অসমীয়া স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

A. -ইছ

B. -ইছা

C. -ইছোঁ

D. -ইছে

Answer : Option C

View Answer

25.  
অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

A. -ইম

B. -ইবি

C. -ইবা

D. -ইব

Answer : Option D

View Answer

26.  
অসমীয়াত অনুজ্ঞাৰ পুৰুষ আৰু কাল কেইটা?

A. দুটা

B. তিনিটা

C. চাৰিটা

D. এটা

Answer : Option A

View Answer

27.  
স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল

A. ব্ৰহ্মপুত্ৰ

B. অজলা

C. পেটুলা

D. বিহুৱা

Answer : Option A

View Answer

28.  
তলৰ শব্দবোৰৰ পুংলিঙ্গ কোনটো ?

A. ডাফলী

B. নিছলী

C. মেমেৰী

D. সাধু

Answer : Option D

View Answer

29.  
দুটা দুটা স্ত্ৰীলিঙ্গ ৰূপ থকা শব্দ এটা হ’ল

A. বিড়ালী

B. ডুমুনী

C. গৰাকিনী

D. ভবানী

Answer : Option A

View Answer

30.  
গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিঙ্গত কি প্ৰত্যয় হয়

A. ৰী

B. অনী

C.

D.

Answer : Option C

View Answer