Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
21.
View Answer
তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা-
A. তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা
B. তোমাৰ মা এগৰাকী সাদৰী মহিলা
C. তোমাৰ মাক এগৰাকী সাদৰী মহিলা
D. তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা
Answer : Option A
22.
অসমীয়া ভাষাৰ নিত্য-বৰ্তমান কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি হৈছে
23.
অসমীয়া স্বৰূপভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়াবিভক্তি-
24.
অসমীয়া স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে
25.
অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে
26.
অসমীয়াত অনুজ্ঞাৰ পুৰুষ আৰু কাল কেইটা?
27.
স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল
29.
দুটা দুটা স্ত্ৰীলিঙ্গ ৰূপ থকা শব্দ এটা হ’ল
30.
গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিঙ্গত কি প্ৰত্যয় হয়