Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
171.
গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল
172.
'গোট-গৰু' জতুৱা ঠাচৰ অর্থ হৈছে
173.
'হাত-লৰ' শব্দৰ অর্থ হ’ল
174.
View Answer
মানুহজন বৰ হাত দীঘল - এই বাক্যটোৰ অৰ্থ কি?
A. মানুহজনৰ হাত দুখন বৰ দীঘল
B. মানুহজন বৰ দুষ্ট
C. মানুহজন বৰ শান্ত
D. মানুহজন বৰ প্ৰভাৱশালী
Answer : Option D
175.
সি এটা ধোদৰ পচলা - এই বাক্যটোৰ অৰ্থ হৈছে
176.
View Answer
'নপতা ফুকন' - শব্দৰ অৰ্থ কি?
A. নিজে নিজে ডাঙৰ বুলি ভবা লোক
B. মূৰ্খ লোক
C. দাম্ভিক লোক
D. শান্ত লোক
Answer : Option A
177.
View Answer
'পানীৰ মিঠৈ' মানে কি?
A. পানীত উতলাই প্রস্তুত কৰা এবিধ মিঠাই
B. সজাই কোৱা গপিয়াল মিছা কথা
C. পানীত ডুবাই খোৱা এবিধ মিঠাই
D. পনীয়া মিঠৈ
Answer : Option B
178.
View Answer
তলত ভূলকৈ অর্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা
A. এলাই বাদু - কঁঠালৰ মিঠা বাদু
B. বিনামেঘে বজ্ৰপাত - গম নোপোৱাকৈ অহা দুখ-কষ্ট
C. টুপাই বুৰ মাৰ - সমূলি মিছা মাত
D. পোটক তোল - প্রতিশোধল
Answer : Option A
179.
View Answer
তলৰ কোনটো জতুৱাঠাচৰ অৰ্থ শুদ্ধ ?
A. মৰোঁ জীওঁ সোঁ আধিকৈ - কোনোমতে জীয়াই থাকি
B. মুখৰ ছাই গুচা - মুখত লগা ছাইখিনি গুচাই পেলোৱা
C. চাউল সিজোৱা ল - ভাত খা
D. মাটি কৰ - নতুনকৈ মাটি কিনা
Answer : Option C