170 ExamPoint | Assam Direct Recruitment MCQs

171.  
গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল

A. গা লাগি কৰ

B. গা শকত

C. গা

D. গা মোচ

Answer : Option A

View Answer

172.  
'গোট-গৰু' জতুৱা ঠাচৰ অর্থ হৈছে

A. মহামূৰ্খ

B. এটা গৰু

C. গৰু-পোৱালি

D. খঙাল লোক

Answer : Option A

View Answer

173.  
'হাত-লৰ' শব্দৰ অর্থ হ’ল

A. ক্ষমতাশালী

B. চোৰ স্বভাৱৰ

C. নম্ৰ স্বভাৱৰ

D. হাত লৰোৱা

Answer : Option B

View Answer

174.  
মানুহজন বৰ হাত দীঘল - এই বাক্যটোৰ অৰ্থ কি?

A. মানুহজনৰ হাত দুখন বৰ দীঘল

B. মানুহজন বৰ দুষ্ট

C. মানুহজন বৰ শান্ত

D. মানুহজন বৰ প্ৰভাৱশালী

Answer : Option D

View Answer

175.  
সি এটা ধোদৰ পচলা - এই বাক্যটোৰ অৰ্থ হৈছে

A. সি এটা দুষ্ট লোক

B. সি বৰ এলেহুৱা

C. সি মহামূৰ্খ

D. সি এটা চোৰ

Answer : Option B

View Answer

176.  
'নপতা ফুকন' - শব্দৰ অৰ্থ কি?

A. নিজে নিজে ডাঙৰ বুলি ভবা লোক

B. মূৰ্খ লোক

C. দাম্ভিক লোক

D. শান্ত লোক

Answer : Option A

View Answer

177.  
'পানীৰ মিঠৈ' মানে কি?

A. পানীত উতলাই প্রস্তুত কৰা এবিধ মিঠাই

B. সজাই কোৱা গপিয়াল মিছা কথা

C. পানীত ডুবাই খোৱা এবিধ মিঠাই

D. পনীয়া মিঠৈ

Answer : Option B

View Answer

178.  
তলত ভূলকৈ অর্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা

A. এলাই বাদু - কঁঠালৰ মিঠা বাদু

B. বিনামেঘে বজ্ৰপাত - গম নোপোৱাকৈ অহা দুখ-কষ্ট

C. টুপাই বুৰ মাৰ - সমূলি মিছা মাত

D. পোটক তোল - প্রতিশোধল

Answer : Option A

View Answer

179.  
তলৰ কোনটো জতুৱাঠাচৰ অৰ্থ শুদ্ধ ?

A. মৰোঁ জীওঁ সোঁ আধিকৈ - কোনোমতে জীয়াই থাকি

B. মুখৰ ছাই গুচা - মুখত লগা ছাইখিনি গুচাই পেলোৱা

C. চাউল সিজোৱা ল - ভাত খা

D. মাটি কৰ - নতুনকৈ মাটি কিনা

Answer : Option C

View Answer