160 ExamPoint | Assam Direct Recruitment MCQs

161.  
'নীৰোগ' শব্দটোৰ সন্ধি তলৰ কেনেদৰে হৈছে?

A. নী+ৰোগ

B. নীঃ+ৰোগ

C. নিঃ+ৰোগ

D. নি+ৰোগ

Answer : Option C

View Answer

162.  
তলত দিয়া জতুৱা-ঠাঁচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয়?

A. জাৰ

B. জুই

C. কঠ

D. কোঁচ

Answer : Option A

View Answer

163.  
তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটো সঙ্গত?

A. বৰষুণ আনে

B. মিতিৰ ধৰে

C. ৰ'দ নামে

D. ক'ত পাতে

Answer : Option A

View Answer

164.  
তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

A. সি যি হ’ক মুৰকত আহি ওলাল

B. এই কিতাপখন মোৰ কি কামত আহিব?

C. ফুটবল খেলা ল’ৰাৰ এদনীয়া

D. লামডিঙত গাড়ী আধা ঘন্টা থাকে

Answer : Option C

View Answer

165.  
যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে তাক কি বোলে?

A. জতুৱা খণ্ডবাক্য

B. জতুৱা ঠাঁচ

C. প্রবাদ বাক্য

D. প্ৰবচন

Answer : Option A

View Answer

166.  
তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ?

A. বাটকুৰি বা : ঘনে পতি অহা যোৱা কৰ।

B. নাকনি-কাননি কৰ : কষ্ট বা যাতনা দি অস্থিৰ কৰ।

C. কাঠ সংস্কাৰ কৰ : মৰা মানুহক দাহন কৰ।

D. গাই বাই চা : পাচ হোঁহকা

Answer : Option D

View Answer

167.  
মাটিৰ মানুহ বুলিলে বুজায় ?

A. মৰা মানুহ

B. দুষ্টপ্রকৃতিৰ মানুহ

C. আদবলীয়া মানুহ

D. নিচেই হোজা মানুহ

Answer : Option D

View Answer

168.  
ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়

A. উঠি ৰজা

B. ল'ৰা ৰজা

C. নপতা ফুকন

D. তলতীয়া ৰজা

Answer : Option A

View Answer

169.  
তলৰ কোনটো বাক্য শুদ্ধ ?

A. তলা-নলা পোৱা মানে গুপ্ত কথা জনা

B. চকু মুদা কুলি বুলি কাম নকৰা মানুহক কোৱা হয়

C. অভিপ্ৰায় বুজি নাপালে মন পোৱা বুলি কোৱা হয়

D. কথাবোৰ চমুকৈ ক’লে বকোলা মেলা বুলি কোৱা হয়

Answer : Option A

View Answer

170.  
তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা-ঠাচ কোনটো ?

A. কপাল ফুল

B. কপাল ধৰ

C. কপাল কৰ

D. কপাল আন

Answer : Option A

View Answer