Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
161.
'নীৰোগ' শব্দটোৰ সন্ধি তলৰ কেনেদৰে হৈছে?
162.
তলত দিয়া জতুৱা-ঠাঁচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয়?
163.
তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটো সঙ্গত?
164.
View Answer
তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?
A. সি যি হ’ক মুৰকত আহি ওলাল
B. এই কিতাপখন মোৰ কি কামত আহিব?
C. ফুটবল খেলা ল’ৰাৰ এদনীয়া
D. লামডিঙত গাড়ী আধা ঘন্টা থাকে
Answer : Option C
165.
যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে তাক কি বোলে?
166.
View Answer
তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ?
A. বাটকুৰি বা : ঘনে পতি অহা যোৱা কৰ।
B. নাকনি-কাননি কৰ : কষ্ট বা যাতনা দি অস্থিৰ কৰ।
C. কাঠ সংস্কাৰ কৰ : মৰা মানুহক দাহন কৰ।
D. গাই বাই চা : পাচ হোঁহকা
Answer : Option D
167.
View Answer
মাটিৰ মানুহ বুলিলে বুজায় ?
A. মৰা মানুহ
B. দুষ্টপ্রকৃতিৰ মানুহ
C. আদবলীয়া মানুহ
D. নিচেই হোজা মানুহ
Answer : Option D
168.
ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়
169.
View Answer
তলৰ কোনটো বাক্য শুদ্ধ ?
A. তলা-নলা পোৱা মানে গুপ্ত কথা জনা
B. চকু মুদা কুলি বুলি কাম নকৰা মানুহক কোৱা হয়
C. অভিপ্ৰায় বুজি নাপালে মন পোৱা বুলি কোৱা হয়
D. কথাবোৰ চমুকৈ ক’লে বকোলা মেলা বুলি কোৱা হয়
Answer : Option A
170.
তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা-ঠাচ কোনটো ?