Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
141.
সন্ধি সংগত নোহোৱা শব্দ এটা হ'ল
142.
View Answer
সন্ধিৰ পিছত অৰ যোগ হয় তলত দিয়া ধৰণে নিপাতন হ’লে
A. দুই পদৰ তৃতীয়া তৎপুৰুষ সমাস হ’লে
B. অবৰ্ণৰ পিছত ঋ থাকিলে
C. অ বৰ্ণৰ পিছত ই বৰ্ণ থাকিলে
D. কাৰৰ পিছত স্বৰবৰ্ণ থাকিলে
Answer : Option B
143.
তলৰ শুদ্ধ বানানটো বাছি উলিওৱা
144.
সংস্কৃতত সন্ধি কেইবিধ
145.
'দীপাৱলী' শব্দটোত তলৰ কেনেদৰে সন্ধি হৈছে
146.
View Answer
তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।
A. অনু+এষণ = অনুষণ
B. অনু + এষণ = অনেষণ
C. অনু + এষণ = অম্বেষণ
D. অনু + এষণ = অম্বেষা
Answer : Option C
147.
View Answer
তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?
A. চিত্ত + উদাৰ্য্য = চিত্তৌদাৰ্য্য
B. চিত্ত + ঔদাৰ্য্য = চিত্তৌদাৰ্য্য
C. চিত্ত + অদাৰ্য্য = চিত্তৌদাৰ্য্য
D. চিত্ত + ঐদাৰ্য্য = চিত্তৌদাৰ্য্য
Answer : Option B
148.
উৎ+চাৰণ = উচ্চাৰণ -- এই সন্ধিটো তলৰ কোন প্রকাৰৰ
149.
View Answer
তলৰ সন্ধিৰ কোনটো শুদ্ধ ?
A. সীমন্+অন্ত = সীমান্ত
B. সীম+আন্ত =সীমান্ত
C. সীমা+অন্ত = সীমান্ত
D. সী+মন্ত = সীমন্ত
Answer : Option C
150.
তলত উল্লেখ কৰা কোনটো শব্দৰ সন্ধি নিপাতনত সিদ্ধ?