Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
121.
দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মূৰ্দ্ধন্য ণ হয়। ইয়াৰ উদাহৰণ হ’ল
122.
তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্ন্দ্ধন্য ণ হয়
123.
তলৰ শুদ্ধ শব্দটো বাছি উলিওৱা
124.
ণত্ববিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ
125.
তলৰ শব্দবোৰৰ পৰা ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা
126.
তলৰ কোনটো শব্দ শুদ্ধ লিখা
127.
তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হৈছে
128.
তলৰ কোনটো শব্দ শুদ্ধ নহয়?
129.
ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা
130.
তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি শুদ্ধ ?