Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
101.
'ঈ' আৰু ‘উ’ হ’ল
104.
অন্তঃস্থ ধ্বনিৰ আন এটা নাম হৈছে
105.
অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা হৈছে
106.
অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ ৰ সংখ্যা কেইটা ?
107.
অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা?
109.
তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে?
110.
তলৰ শব্দবোৰৰ কোনটোত ণ নবহে