Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
91.
View Answer
স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন
A. ঘটে
B. নঘটে
C. যুক্ত হোৱা বৰ্ণটোৰ আকৃতি পৰিবৰ্তন হয়
D. বৰ্ণটো বিসৰ্গযুক্ত হয়
Answer : Option A
92.
View Answer
প্লুতস্বৰ ব্যৱহাৰ হয়
A. ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোতে
B. স্বৰবৰ্ণ উহ্য থাকিলে
C. দীৰ্ঘস্বৰ হ’
D. গীত গীওতে
Answer : Option D
93.
ব্যাঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়
94.
পৰ পৰা ম লৈকে কি বৰ্গ বোলে?
99.
'ঢ' বৰ্ণটো তলত উল্লেখ কৰা কোনটো বৰ্ণভাগৰ অন্তৰ্গত ?
100.
'উ' বৰ্ণটো হৈছে