70 ExamPoint | Assam Direct Recruitment MCQs

71.  
সমষ্টিসূচক এটা প্ৰত্যয় হ’ল

A. মখা

B. পোহা

C. পালি

D. টুকুৰা

Answer : Option A

View Answer

72.  
নিৰ্দিষ্টতাবাচক প্ৰত্যয়ক ‘অন্য এবিধ তদ্ধিত প্ৰত্যয়’ হিচাপে কোন ব্যাকৰণবিদে আলোচনা কৰিছে?

A. ড° উপেন্দ্ৰনাথ গোস্বামীয়ে

B. ড° গোলোক চন্দ্ৰ গোস্বামীয়ে

C. সত্যনাথ বৰাই

D. ড° ভগবান চন্দ্ৰ মমনলে

Answer : Option C

View Answer

73.  
নিৰ্দিষ্টতাবাচক প্রত্যয়ক কোনো বৈয়াকৰণে নাম দিছে

A. অনুকাৰ শব্দ

B. উপশব্দ

C. ধ্বন্যাত্মক শব্দ

D. যুৰীয়া শব্দ

Answer : Option B

View Answer

74.  
তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ বাছিউলিওৱা

A. বহুতফুল

B. অলেখ চৰাই

C. লোণ্‌জেবা

D. শুৱলা সংগীত

Answer : Option C

View Answer

75.  
পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে সম্ভ্ৰম অৰ্থত তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় প্ৰয়োগ হয়?

A. খন

B. ডাল

C. গৰাকী

D. ফেৰা

Answer : Option C

View Answer

76.  
অনাদৰত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে

A. খন

B. ডাল

C. জন

D. টো

Answer : Option D

View Answer

77.  
নিৰ্দিষ্টতা অৰ্থত দীঘল লেহেকা বস্তু বুজাবলৈ ব্যৱহাৰ হয়

A. খন

B. ডাল

C. গছ

D. কণ

Answer : Option C

View Answer

78.  
পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে সৰু বা আদৰ বুজাবলৈ প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে

A. খন

B. কণ

C. গছি

D. ডাল

Answer : Option B

View Answer

79.  
কেতিয়াবা কেতিয়াবা প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত এটা নিৰ্দিষ্টতাবাচক প্রত্যয় হৈছে

A. গছ

B. খন

C. ফেৰা

D. খিলা

Answer : Option C

View Answer

80.  
তলৰ কোনটো প্ৰকৃতভাৱে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ?

A. বোৰ

B. চলু

C. সোপা

D. জাক

Answer : Option B

View Answer