50 ExamPoint | Assam Direct Recruitment MCQs

51.  
বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণ সন্মত নহয়

A. বিশেষ্য পদৰ পাছত বহুবচনাত্মক প্ৰত্যয় যোগ কৰি

B. বিশেষণক দ্বিৰুক্তি কৰি

C. সংখ্যাবাচক শব্দৰ যোগত

D. সংখ্যা বুজাবলৈ নিৰদিষ্টিবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি

Answer : Option B

View Answer

52.  
অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হ’ল

A. পালি

B. পদ

C. পট

D. ফেৰা

Answer : Option D

View Answer

53.  
কোনটো শব্দত 'দিয়েক’ প্ৰত্যয়টো সঙ্গত হৈছে?

A. গুটিদিয়েক চিন্তা

B. পাহদিয়েকফুল

C. ৰূপদিয়েক অলংকাৰ

D. মখাদিয়েক গৰু

Answer : Option A

View Answer

54.  
"দোঙা" তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?

A. জাবৰ দোঙা

B. পানী ডোঙা

C. গোবৰ ডোঙা

D. তামোল দোঙা

Answer : Option B

View Answer

55.  
অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?

A. দুই প্ৰকাৰৰ

B. তিনি প্রকাৰৰ

C. চাৰি প্রকাৰৰ

D. মাত্ৰ এক প্রকাৰৰ

Answer : Option A

View Answer

56.  
তলৰ কোনটো প্ৰত্যয় অসমীয়াত এক বচনবাচকৰ অৰ্থত ব্যৱহাৰ হয়?

A. বোৰ

B. বিলাক

C. টো

D. হঁত

Answer : Option C

View Answer

57.  
বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এটা প্ৰত্যয় হৈছে-

A. হঁত

B. মখা

C. জাক

D. সকল

Answer : Option B

View Answer

58.  
'আদৰ' অর্থত তুচ্ছ কৰা ভাৱ নাথাকিলে অসমীয়া ভাষাত ব্যৱহৃত বহুবচনৰ প্ৰত্যয়

A. জাক

B. মখা

C. বোৰ

D. বিলাক

Answer : Option D

View Answer

59.  
তলৰ কোনটো অসমীয়া ভাষাৰ একবচনবাচক প্ৰত্যয় ?

A. খন

B. বোৰ

C. সোপা

D. হঁত

Answer : Option A

View Answer

60.  
সম্বোধনৰ ক্ষেত্রত ‘ডাঙৰীয়া’ শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্রত্যয় কোনটো?

A. হঁত

B. বিলাক

C. সকল

D. বোৰ

Answer : Option C

View Answer