Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
51.
View Answer
বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণ সন্মত নহয়
A. বিশেষ্য পদৰ পাছত বহুবচনাত্মক প্ৰত্যয় যোগ কৰি
B. বিশেষণক দ্বিৰুক্তি কৰি
C. সংখ্যাবাচক শব্দৰ যোগত
D. সংখ্যা বুজাবলৈ নিৰদিষ্টিবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি
Answer : Option B
53.
View Answer
কোনটো শব্দত 'দিয়েক’ প্ৰত্যয়টো সঙ্গত হৈছে?
A. গুটিদিয়েক চিন্তা
B. পাহদিয়েকফুল
C. ৰূপদিয়েক অলংকাৰ
D. মখাদিয়েক গৰু
Answer : Option A
54.
"দোঙা" তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?
55.
অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?
56.
তলৰ কোনটো প্ৰত্যয় অসমীয়াত এক বচনবাচকৰ অৰ্থত ব্যৱহাৰ হয়?
57.
বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এটা প্ৰত্যয় হৈছে-
58.
'আদৰ' অর্থত তুচ্ছ কৰা ভাৱ নাথাকিলে অসমীয়া ভাষাত ব্যৱহৃত বহুবচনৰ প্ৰত্যয়
59.
তলৰ কোনটো অসমীয়া ভাষাৰ একবচনবাচক প্ৰত্যয় ?
60.
সম্বোধনৰ ক্ষেত্রত ‘ডাঙৰীয়া’ শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্রত্যয় কোনটো?