Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
41.
তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হেছে?
42.
অসমীয়াত উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে?
43.
তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ?
44.
বিপৰীত লিঙ্গৰাচক কোনযোৰ শব্দ অশুদ্ধ
45.
তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই?
46.
সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়
47.
গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে তলৰ কি ৰূপ ব্যৱহাৰ হয়?
48.
View Answer
মখা শব্দৰ ব্যৱহাৰ হয়
A. বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ
B. সম্ভমবোধ অৰ্থত
C. অনাদৰত ব্যৱহাৰ হয়
D. গালিঅৰ্থত
Answer : Option A
50.
তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে