40 ExamPoint | Assam Direct Recruitment MCQs

41.  
তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হেছে?

A. তাৱৈ-তাৱৈনী

B. দঁতুৱা-দীতিনী

C. গগৈ-আইচু

D. গিৰী-ঘৈণী

Answer : Option A

View Answer

42.  
অসমীয়াত উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে?

A. -ৰী

B. -আ

C. -ঈ

D. -নী

Answer : Option D

View Answer

43.  
তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ?

A. বেঙেৰী-বেঙা

B. ফুকননী-ফুকন

C. ৰচকী-ৰচক

D. কাণী-কণা

Answer : Option C

View Answer

44.  
বিপৰীত লিঙ্গৰাচক কোনযোৰ শব্দ অশুদ্ধ

A. সখি-সখিয়নী

B. ৰান্ধনি-ৰান্ধনী

C. মঙ্গলতি-মঙ্গলতী

D. বাঘ-বাঘিনী

Answer : Option A

View Answer

45.  
তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই?

A. অঁকৰা-আঁকৰী

B. ঘোৰা-ঘুৰী

C. মেনা-মেনী

D. বুঢ়া-বুঢ়ী

Answer : Option B

View Answer

46.  
সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

A. একবচন

B. বহুবচন

C. বচন ব্যৱহাৰ কৰা নহয়

D. প্রত্যয়ৰ ব্যৱহাৰ হয়।

Answer : Option B

View Answer

47.  
গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে তলৰ কি ৰূপ ব্যৱহাৰ হয়?

A. হঁত

B. লোক

C. জাক

D. মখা

Answer : Option A

View Answer

48.  
মখা শব্দৰ ব্যৱহাৰ হয়

A. বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ

B. সম্ভমবোধ অৰ্থত

C. অনাদৰত ব্যৱহাৰ হয়

D. গালিঅৰ্থত

Answer : Option A

View Answer

49.  
সম্মত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ'ল

A. হঁত

B. সকল

C. লোক

D. মখা

Answer : Option C

View Answer

50.  
তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে

A. গৰুহঁত

B. চোৰবিলাক

C. পানীমখা

D. চাহাবলোক

Answer : Option B

View Answer