60 ExamPoint | Assam Direct Recruitment MCQs

61.  
মানুহ বুজোৱা শব্দৰ অনাদৰত ব্যৱহৃত বহুবচনৰ প্রত্যয় হৈছে

A. বিলাক

B. মখা

C. বোৰ

D. হঁত

Answer : Option C

View Answer

62.  
তলৰ কোনটো বহুবচনৰ প্ৰত্যয় নহয়?

A. জাউৰি

B. বোৰ

C. বিলাক

D. হঁত

Answer : Option A

View Answer

63.  
তলৰ কোনটো একবচনবাচক প্ৰত্যয় নহয়?

A. টো

B. খন

C. ডাল

D. বোৰ

Answer : Option D

View Answer

64.  
বিশেষ্য পদৰ বহুবচনৰ চিনস্বৰূপে তলৰ কোনটো শব্দৰ ব্যৱহাৰ অতি বিৰল?

A. সকল

B. বিলাক

C. লোক

D. হঁত

Answer : Option C

View Answer

65.  
বহুবচনৰ প্ৰয়োগৰ ক্ষেত্ৰততলৰ কোনটো অসঙ্গতিপূৰ্ণ?

A. কুকুৰহঁত

B. ডকাইতবিলাক

C. পণ্ডিতসকল

D. চৰাইমখা

Answer : Option B

View Answer

66.  
মানুহজাক আহিছে--ইয়াত ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে?

A. সম্ভম অৰ্থত

B. আদৰ অৰ্থত

C. তুচ্চাৰ্থত

D. সম্বোধন অৰ্থত

Answer : Option C

View Answer

67.  
বহুবচন বাচক প্রত্যয়ৰ ব্যৱহাৰ হয়

A. মান্যাৰ্থ বুজাবলৈ

B. নিৰ্দিষ্টকৈ বুজাবলৈ

C. সমষ্টিক বুজাবলৈ

D. তুচ্ছাৰ্থ বুজাবলৈ

Answer : Option C

View Answer

68.  
'খিনি' প্রত্যয় ব্যৱহাৰ হয়

A. ক্ষুদ্ৰাৰ্থ বুজাবলৈ

B. বহুবচন বুজাবলৈ

C. চেপেটা বস্তুক বুজাবলৈ

D. গোটা বস্তুক বুজাবলৈ

Answer : Option A

View Answer

69.  
সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

A. গৰাকী

B. কণ

C. গাল

D. সকল

Answer : Option A

View Answer

70.  
জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয় হ’ল

A. ছালি

B. চলু

C. টাৰি

D. মখা

Answer : Option B

View Answer