Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
61.
মানুহ বুজোৱা শব্দৰ অনাদৰত ব্যৱহৃত বহুবচনৰ প্রত্যয় হৈছে
64.
বিশেষ্য পদৰ বহুবচনৰ চিনস্বৰূপে তলৰ কোনটো শব্দৰ ব্যৱহাৰ অতি বিৰল?
65.
বহুবচনৰ প্ৰয়োগৰ ক্ষেত্ৰততলৰ কোনটো অসঙ্গতিপূৰ্ণ?
66.
মানুহজাক আহিছে--ইয়াত ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে?
67.
View Answer
বহুবচন বাচক প্রত্যয়ৰ ব্যৱহাৰ হয়
A. মান্যাৰ্থ বুজাবলৈ
B. নিৰ্দিষ্টকৈ বুজাবলৈ
C. সমষ্টিক বুজাবলৈ
D. তুচ্ছাৰ্থ বুজাবলৈ
Answer : Option C
68.
View Answer
'খিনি' প্রত্যয় ব্যৱহাৰ হয়
A. ক্ষুদ্ৰাৰ্থ বুজাবলৈ
B. বহুবচন বুজাবলৈ
C. চেপেটা বস্তুক বুজাবলৈ
D. গোটা বস্তুক বুজাবলৈ
Answer : Option A
69.
সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল
70.
জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয় হ’ল