Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
81.
তলৰ কোনটো নিদিষ্টতাবাচক প্ৰত্যয় ?
82.
তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় পাতল চেপেটা বস্তবাচক?
83.
তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্রত্যয়ে বহুঠাই আগুৰি থকা অৰ্থ প্ৰকাশ কৰে?
84.
অলপ পৰিমাণৰ বস্তু বুজাবলৈ কোনটো প্ৰত্যয় প্ৰয়োগ কৰা হয়?
86.
যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে?
88.
সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়
89.
অনুস্বাৰ আৰু বিসৰ্গক কি বৰ্ণ বোলে?
90.
স্পৰ্শবৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয়