110 ExamPoint | Assam Direct Recruitment MCQs

111.  
তলৰ কোনটো স্বাভাৱিকতে ষ হয়?

A. বিষম

B. বিষাদ

C. পাষাণ

D. অভিষেক

Answer : Option C

View Answer

112.  
তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ?

A. অনুস্থান

B. শিষ্ট

C. ধূলিসাৎ

D. শ্ৰীচৰণেষু

Answer : Option A

View Answer

113.  
ণত্ব বিধি কি ব্যাকৰণৰ অংগ

A. পালি

B. অসমীয়া

C. সংস্কৃত

D. বাংলা

Answer : Option C

View Answer

114.  
কোনটো শুদ্ধ লিখা

A. ৰসায়ণ শব্দৰ ন মূৰ্দ্ধন্য ণ নহয়

B. ৰসায়ণ শব্দৰ ন মূৰ্দ্ধন্য হয়

C. ৰসায়ণ শব্দটোৱে ভুল

D. ৰসায়ণ শব্দত স ৰ ঠাইত ষ হয়

Answer : Option B

View Answer

115.  
তলৰ কোনটো শুদ্ধ

A. প্ৰষাদ

B. বিসাদ

C. নিষাদ

D. নিসেধ

Answer : Option C

View Answer

116.  
আম্ৰবণ শব্দৰ ণ হোৱাৰ কাৰণ হ ল

A. দুটা ভিন ভিন শব্দ লগহৈ এটা হোৱা বাবে

B. আম্ৰ শব্দৰ পাছত বন শব্দ থকাৰ বাবে

C. স্বাভাৱিকতে হোৱা ণ

D. এটা প্ৰসিদ্ধ শব্দ হোৱা বাবে

Answer : Option B

View Answer

117.  
জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

A. ম ৰ পাছত ণ নবহে

B. শব্দটো এটা শব্দ এৰি আগত বহিলে ণ নহয়

C. বিদেশী শব্দৰ ক্ষেত্ৰত ণত্ব বিধিৰ প্রয়োগ নহয়

D. স্বাভাৱিকতে হোৱা ণ নহয় বাবে

Answer : Option C

View Answer

118.  
তলত দিয়াবোৰৰ কোনটো শুদ্ব ?

A. শূৰ্পনখা

B. বানিজ্য

C. কল্যান

D. কণ্টক

Answer : Option D

View Answer

119.  
তলৰ কোনটো শুদ্ধ

A. জি + সন্ + আ = জিগীষা

B. নি--ধি্ + ঘঞ = নিষেধ

C. হবিস্ + ষ্ণ = হবিষ্য

D. যুধি + ষ্ঠিৰ = যুধিষ্ঠিৰ

Answer : Option A

View Answer

120.  
দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ

A. কংকন

B. বৃন্দাবন

C. কৃপন

D. ত্ৰিনয়ন

Answer : Option D

View Answer