130 ExamPoint | Assam Direct Recruitment MCQs

131.  
তলৰ কোনটো শব্দ শুদ্ধ ?

A. বিসাদ

B. অভিসেক

C. অভিলাষ

D. নিসেধ

Answer : Option C

View Answer

132.  
তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি অশুদ্ধ ?

A. হবিষ্য

B. অঙ্গুষ্ঠ

C. যুধিষ্ঠিৰ

D. প্ৰতিস্থা

Answer : Option D

View Answer

133.  
তলৰ কোনটো শব্দৰ ‘ষ’ স্বাভাবিকতে মূৰ্দ্ধন্য 'য' ?

A. চাক্ষুষ

B. গোষ্ঠ

C. বিশেষণ

D. যুধিষ্ঠিৰ

Answer : Option C

View Answer

134.  
তলৰ কোনটো শব্দ অশুদ্ধ শব্দ। ছিঃ

A. ঔসধ

B. ষড়ানন

C. প্ৰত্যুষ

D. প্ৰদোষ

Answer : Option A

View Answer

135.  
তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল

A. মহৎ+ আশ = মহাশয়

B. সীমা + অন্ত = সীমান্ত

C. গৌৰ-+ অঙ্গ = গৌৰাঙ্গ

D. প্ৰতি + ইতি = প্ৰতীতি

Answer : Option A

View Answer

136.  
সন্ধি কৰাত কোনটো শুদ্ধ হৈছে বিচাৰ কৰা?

A. শোক + আৰ্ত = শোকাৰ্ত

B. শোক + খাত = শৌকাৰ্ত

C. শোক + ৰত = শোকাৰ্ত

D. শোক + ৰ্ত = শোকাৰ্ত

Answer : Option B

View Answer

137.  
তলত দিয়া সন্ধিবোৰৰ শুদ্ধ কোনটো ?

A. নৈ + অক = নায়ক

B. উদ + ধাৰ = উদ্ধাৰ

C. (গ) মনস + ইষা = মনিষা

D. উৎ + থান = উখান

Answer : Option A

View Answer

138.  
তলৰ কোনটো বানান শুদ্ধ ?

A. অত্যাধিক

B. গুৰুপোদেশ

C. মহাশ্চৰ্য্য

D. গৌৰীশ্বৰ

Answer : Option D

View Answer

139.  
তলৰ কোনটো সন্ধি ভুল?

A. শৰৎ + শশী = শৰচ্ছশী

B. মহৎ + শঙ্কট = মহচ্ছঙ্কট

C. বিপদ + শাস্তি = বিপচ্ছান্তি

D. জগত + জননী = জগজ্জননী

Answer : Option D

View Answer

140.  
অ যোগ উ লগ লাগি হোৱা এটা সন্ধি হ'ল

A. কথা + উপকথন = কথোপকথন

B. চন্দ্ৰ + উদয় = চন্দ্ৰোদয়

C. দৌল + উৎসৱ = দৌলোৎসৱ

D. সূৰ্য + উদয় = সূৰ্যোদয়

Answer : Option A

View Answer