150 ExamPoint | Assam Direct Recruitment MCQs

151.  
তলৰ সন্ধিৰ দ্বাৰা দেখুওৱা কোনটো অশুদ্ধ ?

A. ভো+উক =ভাবুক

B. ৰাজা+ঋষি =ৰাজৰ্ষি

C. গৈ+অন = গায়ন

D. যথা+উপযুক্ত = যথোপযুক্ত

Answer : Option A

View Answer

152.  
তলৰ সন্ধিযুক্ত শব্দৰ শুদ্ধটো বাছি উলিওৱা ?

A. সচ্ছৰিত্ৰ

B. অধমৃণ

C. কামেশ্বৰ

D. বাণীশ্বৰ

Answer : Option C

View Answer

153.  
তলৰ কোনটো সন্ধি শুদ্ধ ?

A. শী + অন = শয়ন

B. শে + অন = শয়ন

C. শু + অন = শয়ন

D. শো + অন = শয়ন

Answer : Option B

View Answer

154.  
তলৰ কোনটো শুদ্ধ ?

A. পৰিস্+কাৰ = পৰিষ্কাৰ

B. পৰিঃ+কাৰ = পৰিষ্কাৰ

C. পৰিষ্+ কাৰ = পৰিষ্কাৰ

D. পৰি+স্কাৰ = পৰিষ্কাৰ

Answer : Option B

View Answer

155.  
তলৰ কোনটো শুদ্ধ লিখা

A. উৎকৃষ্+ত = উৎকৃষ্ট

B. উৎ+কৃষ্ট = উৎকৃষ্ট

C. উৎকৃষ্+ট = উৎকৃষ্ট

D. উৎ+কৃস্ত = উৎকৃষ্ট

Answer : Option A

View Answer

156.  
তলৰ কোনটো শুদ্ধ লিখা

A. উৰ্দ্ধ + স্থান = উত্থান

B. উৰ্দ্ধ + থান =উত্থান

C. উৎ + স্থান = উত্থান

D. উৎ + থান = উত্থান

Answer : Option C

View Answer

157.  
'তজ্জন্য' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

A. তজ্+জন্য

B. তৎ +জন্য

C. তদ্ + জন্য

D. তজ্জ +অন্য

Answer : Option C

View Answer

158.  
'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

A. সং+স্কৃত

B. সম্+স্কৃত

C. সং+কৃত

D. সম্+ কৃত

Answer : Option D

View Answer

159.  
'ষড়ান'’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

A. ষট্+আনন

B. যড়+আনন

C. সৎ+আনন

D. সঁট্+আনন

Answer : Option A

View Answer

160.  
'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

A. বয়+ওধিক

B. বয়ঃ+অধিক

C. বয়ো+অধিক

D. বয়+উধিক

Answer : Option B

View Answer