Assamese Grammar (অসমীয়া ব্যাকৰণ) MCQ MCQ
151.
View Answer
তলৰ সন্ধিৰ দ্বাৰা দেখুওৱা কোনটো অশুদ্ধ ?
A. ভো+উক =ভাবুক
B. ৰাজা+ঋষি =ৰাজৰ্ষি
C. গৈ+অন = গায়ন
D. যথা+উপযুক্ত = যথোপযুক্ত
Answer : Option A
152.
তলৰ সন্ধিযুক্ত শব্দৰ শুদ্ধটো বাছি উলিওৱা ?
153.
View Answer
তলৰ কোনটো সন্ধি শুদ্ধ ?
A. শী + অন = শয়ন
B. শে + অন = শয়ন
C. শু + অন = শয়ন
D. শো + অন = শয়ন
Answer : Option B
154.
View Answer
তলৰ কোনটো শুদ্ধ ?
A. পৰিস্+কাৰ = পৰিষ্কাৰ
B. পৰিঃ+কাৰ = পৰিষ্কাৰ
C. পৰিষ্+ কাৰ = পৰিষ্কাৰ
D. পৰি+স্কাৰ = পৰিষ্কাৰ
Answer : Option B
155.
View Answer
তলৰ কোনটো শুদ্ধ লিখা
A. উৎকৃষ্+ত = উৎকৃষ্ট
B. উৎ+কৃষ্ট = উৎকৃষ্ট
C. উৎকৃষ্+ট = উৎকৃষ্ট
D. উৎ+কৃস্ত = উৎকৃষ্ট
Answer : Option A
156.
View Answer
তলৰ কোনটো শুদ্ধ লিখা
A. উৰ্দ্ধ + স্থান = উত্থান
B. উৰ্দ্ধ + থান =উত্থান
C. উৎ + স্থান = উত্থান
D. উৎ + থান = উত্থান
Answer : Option C
157.
'তজ্জন্য' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?
158.
'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?
159.
'ষড়ান'’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?
160.
'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?